Popular Stories

বোৱাৰীৰ হাৰাশাস্তিৰ পৰা সুৰক্ষাৰ বাবেও ঘৰুৱা হিংসা আইন, শাহুৱেকেও সুৰক্ষা লাভ কৰিব ন্যায়ালয়ৰ

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে স্পষ্ট কৰিছে যে ২০০৫ চনৰ ঘৰুৱা হিংসা আইনৰ অধীনত কেৱল কইনা নহয়, শাহুৱেকও সুৰক্ষাৰ অধিকাৰী।...

Read moreDetails

গুড ফ্ৰাইডেত বেছিভাগ ৰাজ্যত বন্ধ থাকিব বেংক, উপলব্ধ ডিজিটেল সেৱা

১৮ এপ্ৰিলত গুড ফ্ৰাইডে উপলক্ষে ভাৰতৰ বেছিভাগ ৰাজ্যত বেংক বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ ঘোষণা অনুসৰি, যীচু খ্ৰীষ্টৰ ক্ৰুচবিদ্ধকৰণৰ...

Read moreDetails

চিকিৎসকৰ গাফিলতি! ৰোগীৰ সলনি পিতৃৰ অস্ত্ৰোপচাৰ, তাৰ পিছত…

ৰাজস্থানৰ কোটা মেডিকেল কলেজ হাস্পতালত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই চিকিৎসকৰ গাফিলতিৰ ভয়ংকৰ ৰূপ পোহৰলৈ আনিছে। চিকিৎসকৰ ভুলৰ বাবে ভাবুকি নামি...

Read moreDetails

নামঘৰত চুৰিৰ উদ্দেশ্যে আহি মন সলনি হ’ল চোৰৰ, শৰাইৰ বাবে থৈ গ’ল ধন

ডুমডুমা নামঘৰত সংঘটিত এক ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চুৰিৰ উদ্দেশ্যে নামঘৰত প্ৰৱেশ কৰা দুজন চোৰৰ মন সলনি হৈ...

Read moreDetails

বিহু মঞ্চত দুৰ্ভাগ্যজনক ঘটনা! মঞ্চৰ পৰা শিল্পী দিগন্ত ভাৰতীক নমাই দিলে সমিতিৰ বিষয়ববীয়াই

ৰঙালী বিহুৰ উছাহৰ মাজতে চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত ঘটিল চৰম দুৰ্ভাগ্যজনক ঘটনা। পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ...

Read moreDetails

চীনৰ সৈতে ভাৰতৰ বাণিজ্য ঘাটি ২০২৪-২৫ চনত ৯৯.২ বিলিয়ন ডলাৰত উপনীত

শেহতীয়া বাণিজ্যিক তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত চীনৰ সৈতে ভাৰতে ৯৯.২ বিলিয়ন ডলাৰৰ বাণিজ্যিক ঘাটি ৰেকৰ্ড কৰিছে। এই ব্যৱধান বৃদ্ধি...

Read moreDetails

দৰমহা কেলেংকাৰীক লৈ ২০০ ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত আমেৰিকান কোম্পানীৰ

দৰমহা জালিয়াতিৰ কেলেংকাৰীক লৈ আমেৰিকাৰ এটা ডাঙৰ কোম্পানী ফেনী মেই প্ৰায় ২০০ ভাৰতীয়-আমেৰিকান কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে, যাৰ বেছিভাগেই...

Read moreDetails

চকলেটৰ প্ৰলোভন দেখুৱাই ৩ বছৰীয়া কিশোৰীক ধৰ্ষণ! অভিযুক্ত ১৩ বছৰীয়া নাবালক

ছত্তীশগড়ত এগৰাকী ১৩ বছৰীয়া নাবালকৰ বিৰুদ্ধে তিনি বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৰ্ষণৰ ফলত সংকটজনক অৱস্থাত থকা শিশুটি...

Read moreDetails

‘পিতৃ-মাতৃৰ সন্মতি অবিহনে বিবাহত বহিলে আৰক্ষীয়ে সুৰক্ষা প্ৰদান নকৰে’- এলাহাবাদ উচ্চ ন্যায়ালয়

শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে কেইবাটাও ‘বিতৰ্কিত’ ৰায় আৰু পৰ্যবেক্ষণৰ বাবে শিৰোনাম দখল কৰিছে। উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ধমকৰো সন্মুখীন  হৈছে এলাহাবাদ...

Read moreDetails

ৱাকফ আইন সন্দৰ্ভত কেন্দ্ৰলৈ তিনিটা প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ! বৃহস্পতিবাৰে স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰিবনে ছুপ্ৰীম কোৰ্টৰ?

উচ্চতম ন্যায়ালয়ে সংশোধিত ৱাকফ আইনখনৰ কেইবাটাও ধাৰাত স্থগিত ৰাখিব বিচাৰিছিল।যিসমূহ কেন্দ্ৰৰ অনুৰোধত উচ্চতম ন্যায়ালয়ে পিছুৱাই দিয়ে। কিন্তু স্থগিতাদেশ জাৰি নকৰাৰ...

Read moreDetails
Page 87 of 1118 1 86 87 88 1,118

Stay Connected

Recent News