• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘পিতৃ-মাতৃৰ সন্মতি অবিহনে বিবাহত বহিলে আৰক্ষীয়ে সুৰক্ষা প্ৰদান নকৰে’- এলাহাবাদ উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2025 12:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে কেইবাটাও ‘বিতৰ্কিত’ ৰায় আৰু পৰ্যবেক্ষণৰ বাবে শিৰোনাম দখল কৰিছে। উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ধমকৰো সন্মুখীন  হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়। আকৌ এবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ প্ৰশ্ন উত্থাপন হৈছে। এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে যদি কোনো দম্পতীয়ে পিতৃ-মাতৃৰ সন্মতি অবিহনে বিবাহপাশত আবদ্ধ হয় তেন্তে তেওঁলোকে আৰক্ষীৰ সুৰক্ষা নাপাব।

জানিব পৰা মতে, শ্ৰেয়া কেশৰৱানী নামৰ এগৰাকী যুৱতীয়ে পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহপাশত আবদ্ধ হৈছিল। তেতিয়াৰ পৰাই তেওঁ নিৰাপত্তাহীনতাত ভুগি আছিল। সেয়েহে আৰক্ষীৰ সুৰক্ষাৰ দাবীত স্বামীৰ সৈতে আদালতৰ কাষ চাপিছিল শ্ৰেয়াই। তেওঁলোকৰ শান্তিপূৰ্ণ বৈবাহিক জীৱনত কোনেও হস্তক্ষেপ নকৰিব বুলি তেওঁলোকে আবেদন জনায়। এই গোচৰৰ শুনানিৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌৰভ শ্ৰীবাস্তৱে লক্ষ্য কৰিছিল, ‘যি দম্পতীয়ে নিজৰ ইচ্ছামতে, পিতৃ-মাতৃৰ সন্মতি অবিহনে বিবাহপাশত আবদ্ধ হয়, তেওঁলোকে যদিহে তেওঁলোকৰ জীৱন আৰু স্বাধীনতাৰ প্ৰতি প্ৰকৃত ভাবুকি নাথাকে, তেতিয়ালৈকে আৰক্ষীৰ সুৰক্ষা দাবী কৰিব নোৱাৰে।এয়া কোনো অধিকাৰৰ কথা নহয়।আৰক্ষীৰ সুৰক্ষা সকলোৰে বাবে নহয়।যথাযথ গোচৰত আবেদন কৰা দম্পতীক আদালতে সুৰক্ষা প্ৰদান কৰিব পাৰে।কিন্তু যদি কোনো ভাবুকি নাথাকে, তেন্তে কোনো ভাবুকি নাথাকিলে, আৰক্ষীৰ সুৰক্ষা দাবী কৰিব নোৱাৰে। দম্পতীহালে ইজনে সিজনক সহায় কৰিবলৈ আৰু সমাজৰ সন্মুখীন হ’বলৈ শিকিব লাগিব।’

Apply Now

উত্তৰ প্ৰদেশৰ চিত্ৰকূট অঞ্চলৰ বাসিন্দা দম্পতীহালৰ ঘৰ বুলি আদালতে জানিবলৈ দিয়ে। তেওঁলোকে দাখিল কৰা সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰি ন্যায়াধীশে এই ৰায় দিয়ে। পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া পাতিলেও তেওঁলোকৰ জীৱনলৈ কোনো ভাবুকি বা নিৰাপত্তাৰ ভাবুকি নাথাকে। লগতে স্পষ্ট কৰা হৈছে যে আদালতে নিজৰ ইচ্ছামতে বিয়া পাতিবলৈ পলায়ন কৰাসকলক সুৰক্ষা প্ৰদান কৰিবলৈ বহি থকা নাই। পিছত যদি আদালতে দম্পতীহালৰ জীৱন বিপদত পৰিছে বা তেওঁলোকৰ স্বাধীনতা কোনো ধৰণে খৰ্ব কৰা হৈছে বুলি বিশ্বাস কৰে তেন্তে স্থানীয় আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd