• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বোৱাৰীৰ হাৰাশাস্তিৰ পৰা সুৰক্ষাৰ বাবেও ঘৰুৱা হিংসা আইন, শাহুৱেকেও সুৰক্ষা লাভ কৰিব ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2025 8:17 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে স্পষ্ট কৰিছে যে ২০০৫ চনৰ ঘৰুৱা হিংসা আইনৰ অধীনত কেৱল কইনা নহয়, শাহুৱেকও সুৰক্ষাৰ অধিকাৰী। বোৱাৰীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আদালতৰ কাষ চাপিছিল শাহুৱেকে। ঘৰুৱা হিংসা আইনৰ অধীনত কেৱল কইনাসকলেহে সুৰক্ষা লাভ কৰিব পাৰে, শাহুৱেক নহয় বুলি দাবী জনাই আবেদন কৰিছিল।

কিন্তু উচ্চ ন্যায়ালয়ে এই আৰ্জি নাকচ কৰি নিম্ন আদালতৰ সিদ্ধান্তক সমৰ্থন কৰে। আদালতে কয় যে ঘৰুৱা হিংসা আইনৰ পৰিসৰ সীমিত নহয়; যদি এগৰাকী মহিলা একেটা ঘৰত বাস কৰা কোনোলোকৰ দ্বাৰা নিৰ্যাতিত হয়, তেন্তে তেওঁ এই আইনৰ অধীনত সুৰক্ষাৰ বাবে আদালতত আবেদন দাখিল কৰিব পাৰে।

Apply Now

আদালতে স্পষ্ট কৰি দিয়ে যে যদি কোনো শাহুৱেকে বোৱাৰী বা পৰিয়ালৰ অন্য সদস্যৰ পৰা হাৰাশাস্তি, শাৰীৰিক বা মানসিক নিৰ্যাতনৰ সন্মুখীন হয়, তেন্তে তেওঁ ঘৰুৱা হিংসাৰ পৰা মহিলাক সুৰক্ষা আইন, ২০০৫ৰ ধাৰা ১২ৰ অধীনত আদালতত আৰ্জি আদাখিল কৰিব পাৰে।

এই গোচৰত সুধা মিশ্ৰ নামৰ এগৰাকী বৃদ্ধাই তেওঁৰ বোৱাৰী গৰিমা মিশ্ৰৰ বিৰুদ্ধে দণ্ডাধীশ আদালতত আৰ্জি দাখিল কৰিছিল। সুধাই অভিযোগ কৰে যে গৰিমাই তেওঁৰ পুত্ৰৰ সৈতে ৰায়ে বৰেলীৰ দেউতাকৰ ঘৰলৈ যাবলৈ বিচাৰিছিল, কিন্তু পুত্ৰই এই প্ৰস্তাৱত সন্মতি নিদিয়াত গৰিমাই তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ২০২৪ চনৰ জুন মাহত গৰিমাই সুধাৰ পৰা ধন আৰু গহনা লোৱাৰো অভিযোগ উত্থাপিত হয়। দণ্ডাধীশে গৰিমাক চমন জাৰি কৰাত কোনো সঁহাৰি নিদি উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

গৰিমাই উচ্চ ন্যায়ালয়ত দাবী কৰে যে তেওঁক যৌতুকৰ বাবে নিৰ্যাতন কৰা হৈছে আৰু এই অভিযোগত তেওঁ থানাত গোচৰ ৰুজু কৰিছিল। তেওঁ আৰু দাবী কৰে যে ঘৰুৱা হিংসা আইনৰ অধীনত শাহুৱেকে আৰ্জি দাখিল কৰাৰ অধিকাৰ নাই, কাৰণ এই আইন কেৱল কইনাক সুৰক্ষা প্ৰদান কৰে। কিন্তু উচ্চ ন্যায়ালয়ে এই যুক্তি নাকচ কৰি দণ্ডাধীশৰ নিৰ্দেশ সমৰ্থন কৰে আৰু স্পষ্ট কৰে যে ঘৰুৱা হিংসা আইনৰ অধীনত কইনা আৰু শাহুৱেক উভয়ে সুৰক্ষা লাভ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd