• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৱাকফ আইন সন্দৰ্ভত কেন্দ্ৰলৈ তিনিটা প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ! বৃহস্পতিবাৰে স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰিবনে ছুপ্ৰীম কোৰ্টৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2025 11:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে সংশোধিত ৱাকফ আইনখনৰ কেইবাটাও ধাৰাত স্থগিত ৰাখিব বিচাৰিছিল।যিসমূহ কেন্দ্ৰৰ অনুৰোধত উচ্চতম ন্যায়ালয়ে পিছুৱাই দিয়ে। কিন্তু স্থগিতাদেশ জাৰি নকৰাৰ পাছতো মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে নতুন আইনখনৰ তিনিটা দিশৰ ওপৰত কেন্দ্ৰৰ সৈতে প্ৰশ্ন উত্থাপন কৰিছে। বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত।

ৱাকফ সংশোধনী আইনখন মুছলমান স্বাৰ্থৰ বিৰুদ্ধে বুলি অভিযোগ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ এক বৃহৎ অংশই বৃহৎ আন্দোলনৰ পথত আগবাঢ়িছে। দেশজুৰি বিয়পি পৰিছে প্ৰতিবাদ। নতুন ৱাকফ আইনৰ বিৰোধিতাও উচ্চতম ন্যায়ালয়ত উপনীত হৈছে। কেৱল ইছলামিক সংগঠনেই নহয়, বিভিন্ন ৰাজনৈতিক দলেও ধাৰাবাহিকভাৱে গোচৰ ৰুজু কৰিছে। বুধবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কেভি বিশ্বনাথনৰ বিচাৰপীঠে।

Apply Now

সেই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ৱাকফ আইনৰ তিনিটা বিষয় পৃথকে পৃথকে উল্লেখ কৰিছিল। প্ৰথমতে, ইতিমধ্যে ৱাকফ হিচাপে স্বীকৃতি পোৱা সকলো সম্পত্তি যদি ৱাকফৰ সম্পত্তিৰ পৰা উলিয়াই লোৱা হয়, তেন্তে ইয়াৰ সমাজত বৃহৎ প্ৰভাৱ পৰিব পাৰে। গতিকে ৱাকফৰ সম্পত্তি বেলেগ ধৰণে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা উচিত নহয়। দ্বিতীয়তে, ৱাকফ আইনখনে জিলা দণ্ডাধীশক ৱাকফ সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে। কিন্তু চৰকাৰী প্ৰতিনিধি হিচাপে জিলা দণ্ডাধীশে নিৰপেক্ষভাৱে সিদ্ধান্ত ল’ব পাৰে নেকি সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। গতিকে উচ্চতম ন্যায়ালয়ৰ মতে জিলা দণ্ডাধীশে কাম কৰি যাব পাৰে কিন্তু তেওঁৰ সিদ্ধান্ত কাৰ্যকৰী নহ’ব।

তৃতীয়তে, নতুন ৱাকফ আইনখনৰ বিৰোধীসকলৰ মতে ৱাকফ ব’ৰ্ডত অমুছলমান সদস্য থাকিলে মুছলমানসকলৰ ধৰ্ম পালনৰ স্বাধীনতা হ্ৰাস পাব পাৰে। সেয়ে জেৰাৰ সময়ত ন্যায়াধীশৰ বিচাৰপীঠে কয় যে হিন্দু ধৰ্মৰ সম্পত্তি চোৱাচিতা কৰা ব’ৰ্ডত অন্য ধৰ্মৰ সদস্যক স্থান দিয়া নহয়। ন্যায়াধীশ কুমাৰে তিৰুপতি ব’ৰ্ডক উদাহৰণ হিচাপে উল্লেখ কৰে। মুখ্য ন্যায়াধীশে কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক প্ৰশ্ন কৰে, কেন্দ্ৰই হিন্দু ধৰ্মীয় ট্ৰাষ্টত মুছলমানক সদস্যপদ প্ৰদান কৰিবনে? এই প্ৰশ্নৰ উত্তৰ নিদিলে কেন্দ্ৰই। বুধবাৰে উচ্চতম ন্যায়ালয়ে ৱাকফ আইনৰ এই তিনিটা গোচৰ স্থগিত ৰাখিবলৈ বিচাৰিছিল। বৃহস্পতিবাৰে সেয়া হ’বনে নহয় তাক লৈ চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd