ক্ৰীড়া

ছন্দহীন পন্ট! ৰানৰ পাহাৰ গঢ়িও দিশহাৰা লক্ষ্ণৌ; আশুতোষৰ অবিশ্বাস্য বেটিঙেৰে জয় কাঢ়ি নিলে দিল্লীয়ে   

আই পি এলৰ মেচ সকলো সময়তে অনিশ্চয়তাৰে ভৰা। আৰু সেইবাবেই এই প্ৰতিযোগিতাখন ইমান জনপ্ৰিয়। চলিত ছিজনৰ আৰম্ভণিতে এই কথা আকৌ...

Read moreDetails

কমেণ্টৰী বক্সৰ পৰা জোফ্ৰা আৰ্চাৰক লৈ বৰ্ণবিদ্বেষী মন্তব্য কৰি বিপদত পৰিছে হৰভজন সিং

কুখ্যাত ‘মংকিগেট’ৰ স্মৃতি ঘূৰি আহিল। বিতৰ্কৰ কেন্দ্ৰবিন্দু সেই হৰভজন সিং। বিষয়টোও একেই— বৰ্ণবিদ্বেষী মন্তব্য। সেই সময়ত অষ্ট্ৰেলিয়াৰ খেলপথাৰত হৰভজন আৰু...

Read moreDetails

খেলপথাৰতে হাৰ্ট এটেকত আক্ৰান্ত বাংলাদেশী ক্ৰিকেটাৰ তামিম ইকবাল; লাইফ চাপৰ্টত ৰখা হৈছে হাস্পাতালত  

বাংলাদেশৰ আক্ৰমণাত্মক বেটাৰ তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ তামিম ইকবাল মেচ খেলি থকাৰ সময়তে হাৰ্ট এটেকত আক্ৰান্ত হয়। তেওঁৰ অৱস্থা সংকটজনক। অসুস্থ...

Read moreDetails

কেৰালাৰ সৰু লীগত খেলিছিল; মুম্বাই হাৰিলেও দৃষ্টি কাঢ়িলে অটো চালকৰ পুত্ৰ ২৪ বছৰীয়া ভিগনেশে

বহুতে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি ভাৰতীয় ক্ৰিকেটত নিজৰ পৰিচয় গঢ়ি তুলিছে। যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, সূৰ্য্যকুমাৰ যাদৱ,...

Read moreDetails

অনবদ্য ৰাচিন-ঋতুৰাজ যুটী; আই পি এলৰ ‘দুই চেম্পিয়নৰ’ যুঁজত চেন্নাইৰ হাতত পৰাস্ত মুম্বাই

আই পি এলৰ সফল দল দুটাৰ মাজত যুঁজ। এক কথাত ক’বলৈ গ’লে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ আকৰ্ষণীয় যুঁজৰ খেলখন। কিন্তু...

Read moreDetails

আই পি এলৰ ধাৰাভাষ্যকাৰী দলৰ পৰা অপসাৰিত ইৰফান পাঠান; কি কৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে?

শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে আই পি এলৰ অষ্টাদশ সংস্কৰণ। তাৰ আগতে ইৰফান পাঠানৰ বাবে আহিছে বেয়া খবৰ। এই মেগা...

Read moreDetails

‘কিং’ কোহলীৰ আগত নতশিৰ ‘কিং’ খানৰ দল! KKRক পৰাস্ত কৰি আইপিএলৰ যাত্ৰা আৰম্ভ RCBৰ

শনিবাৰে ইডেনত কিং খানৰ দ্বাৰা ৰাজকীয় উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। কিন্তু বেটেৰে ধুমুহাৰ সৃষ্টি কৰি শেষ হাঁহি মাৰিলে আন এজন...

Read moreDetails

চেম্পিয়নছ ট্ৰফী জয় লাভ কৰা বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকা! প্ৰতিজন খেলুৱৈয়ে পাব ৩কোটিকৈ টকা

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে ভাৰতে আইচিচিৰ পৰা ২০ কোটি টকা পুৰস্কাৰ ধন হিচাপে লাভ কৰে। বৃহস্পতিবাৰে এক বিবৃতিত ৰজাৰ...

Read moreDetails

ৰিয়ান পৰাগ হ’ব ৰাজস্থান ৰয়েলছৰ পৰৱৰ্তী অধিনায়ক! দেশী-বিদেশী বহু ক্ৰিকেট তাৰকাক দিব নেতৃত্ব

২৩ মাৰ্চত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী খেলখনত অধিনায়কৰ দায়িত্ব ল’ব ৰিয়ান পৰাগে। তাৰ পাছত ২৬ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন...

Read moreDetails

য়ুজবেন্দ্ৰ চাহালে মানি ল’লে বিবাহ বিচ্ছেদৰ সন্মতিৰ চৰ্ত! পত্নীক দিব লাগিব ৪.৭৫ কোটি টকা

শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে বান্দ্ৰা ছেচন আদালতক নিৰ্দেশ দিছে যে য়ুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ প্ৰাক্তন পত্নী ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদৰ...

Read moreDetails
Page 17 of 420 1 16 17 18 420

Stay Connected

Recent News