• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

য়ুজবেন্দ্ৰ চাহালে মানি ল’লে বিবাহ বিচ্ছেদৰ সন্মতিৰ চৰ্ত! পত্নীক দিব লাগিব ৪.৭৫ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2025 5:17 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে বান্দ্ৰা ছেচন আদালতক নিৰ্দেশ দিছে যে য়ুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ প্ৰাক্তন পত্নী ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদৰ গোচৰৰ ২০ মাৰ্চ বৃহস্পতিবাৰৰ ভিতৰত সিদ্ধান্ত ল’ব লাগে। ন্যায়াধীশ মাধৱ জামদাৰৰ বিচাৰপীঠে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সৈতে ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ প্ৰতিশ্ৰুতিৰ কথা বিবেচনা কৰি পৰিয়াল আদালতক এই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা আইপিএল ২০২৫ত পঞ্জাব কিংছৰ হৈ খেলিব য়ুজবেন্দ্ৰ চাহালে।২৫ মাৰ্চ মঙলবাৰে হায়দৰাবাদত গুজৰাট টাইটানছৰ বিৰুদ্ধে পঞ্জাব কিংছে উদ্বোধনী খেল খেলিব।চাহালে মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই প্ৰি-ছিজন শিবিৰত যোগদান কৰি চণ্ডীগড়ত কিংছৰ সৈতে প্ৰশিক্ষণ লৈছে। চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ সময়ত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ছিনিয়ৰ ৰাষ্ট্ৰীয় পুৰুষ দলৰ হৈ উল্লাস কৰা দেখা গৈছিল। যোৱা ৯ মাৰ্চত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ ষ্টেণ্ডত আৰ জে মাহৱাছৰ কাষত বহি থকা দেখা গৈছিল।

Apply Now

উল্লেখ্য যে, যোৱা ৫ ফেব্ৰুৱাৰীত চাহাল আৰু ধনশ্ৰীয়ে পৰিয়াল আদালতত বিবাহ বিচ্ছেদ আৱেদন দাখিল কৰি পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ বিচাৰিছিল। কিন্তু পৰিয়াল আদালতে ২০ ফেব্ৰুৱাৰীত ছমাহ সময়সীমা ৰেহাই দিবলৈ অস্বীকাৰ কৰিছিল।চাহাল আৰু ধনশ্ৰীয়ে বিবাহৰ ১৮ মাহৰ পাছত ২০২২ চনৰ জুন মাহৰ পৰা পৃথকে বাস কৰি আহিছে।

আদালতে সন্মতিৰ চৰ্ত আংশিকভাৱে পালন কৰাৰ উদাহৰণ দাঙি ধৰে, য’ত চাহালে ধনশ্ৰীক ৪.৭৫ কোটি টকা দিব লাগিব। তেওঁ ২.৩৭ কোটি টকা দিছিল বুলি আদালতে লক্ষ্য কৰিছে। ইয়াৰ উপৰিও পৰিয়াল আদালতে বিবাহ পৰামৰ্শদাতাৰ পৰা পোৱা প্ৰতিবেদনৰ উল্লেখ কৰিছিল, য’ত ইংগিত দিয়া হৈছিল যে মধ্যস্থতাৰ প্ৰচেষ্টা আংশিকভাৱেহে মানি চলা হৈছে।

ইয়াৰ পাছতে চাহাল আৰু ধনশ্ৰীয়ে মুম্বাইত পৰিয়াল আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত যৌথ আবেদন দাখিল কৰে। হিন্দু বিবাহ আইনৰ ১৩বি ধাৰাত বিবাহ বিচ্ছেদৰ আৰ্জি প্ৰদান কৰাৰ পূৰ্বে ছমাহৰ সময় বাধ্যতামূলক। এই সময়ছোৱাৰ উদ্দেশ্য হৈছে পক্ষসমূহক মিলনৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ সময় দিয়া। কিন্তু নিষ্পত্তিৰ সম্ভাৱনা নথকা ক্ষেত্ৰত ইয়াক ৰেহাই দিব পাৰি।

চাহাল আৰু বাৰ্মাই ডেৰ-দুবছৰতকৈও অধিক সময় ধৰি পৃথকে পৃথকে বাস কৰি আহিছে আৰু মধ্যস্থতাৰ সময়ত বিশেষকৈ জীৱিকাৰ ধন পৰিশোধৰ ক্ষেত্ৰত চুক্তিবদ্ধ হোৱা সন্মতিৰ চৰ্তসমূহ মানি চলা বুলি বিবেচনা কৰি ন্যায়াধীশ জামদাৰে সময়সীমা ৰেহাই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd