শীর্ষ সংবাদ

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

‘প্ৰশ্নটো মই সুধিবই লাগিব...’ দ্বিতীয় দিনৰ খেলৰ অন্ত পৰাৰ পিছত শ্বান পলকৰ কণ্ঠত সেই অনিবাৰ্য প্ৰশ্নটো আছিল – আপোনাৰ সন্মুখত...

Read moreDetails

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

সোমবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জি এম চি এইচ) ৰ অৰ্থ'পেডিক বিভাগত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পাছতে ৰোগী অভিভাৱকৰ মাজত...

Read moreDetails

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে (৯ জুলাই) সমগ্ৰ দেশতে সাধাৰণ ধৰ্মঘটৰ আহ্বান দিয়া হৈছে। বেংক, বীমা, ডাক সেৱা, কয়লা খনি, পৰিবহণকে ধৰি বহুকেইটা খণ্ডৰ...

Read moreDetails

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

ৰাজস্থানৰ ৰুক্ষ আৰু কঠিন মৰুভূমিত সিহঁতে মুক্তভাৱে ঘূৰি ফুৰে। ইহঁতৰ সহনশীলতা, চলাফুৰা আৰু জীয়াই থকাৰ ক্ষমতাই বিজ্ঞানীসকলক বাৰে বাৰে আপ্লুত...

Read moreDetails

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

ব্যৰ্থ চেষ্টাৰ ফলত মানসিক ভাবে ভাঙি পৰা এজন যুৱকে অৱশেষত হাৰ মানিলে জীৱনত। ভগৱান শিৱলৈ আৱেগিক চিঠি লিখি আত্মহত্যা কৰিলে...

Read moreDetails

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাইত ‘কাবুতৰ খানা’ নামেৰে পৰিচিত পাৰ চৰাইৰ ৫১টা খাদ্য প্ৰদান কৰা স্থান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই...

Read moreDetails

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

মহাকাশলৈ মানুহ পঠিয়াবলৈ সাজু হোৱা একেখন ভাৰততে ডাইনী সন্দেহত মৰিয়াই মৰা, ক’লা যাদু, অন্ধবিশ্বাসৰ চৰ্চা এতিয়াও একে গতিৰে চলি আছে।...

Read moreDetails

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (এছআইআৰ) প্ৰক্ৰিয়াক লৈ চলি থকা আইনী বিতৰ্কৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ ক্ষমতাৰ সীমা সন্দৰ্ভত...

Read moreDetails

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

সোমবাৰে বিষয়াসকলে জানিবলৈ দিয়া মতে, অসম চৰকাৰে দুখন জিলাৰ বেদখলৰ পৰা ৪ হাজাৰ বিঘাতকৈ অধিক (৫৪০ হেক্টৰৰো অধিক) মাটি মুক্ত...

Read moreDetails

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

মানুহৰ তেজ, মগজু, আৰু গৰ্ভৰ পৰা আৰম্ভ কৰি এতিয়া ডিম্বাণু আৰু শুক্ৰাণুতো মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। এই নতুন তথ্যই বিশ্বজুৰি...

Read moreDetails
Page 106 of 5222 1 105 106 107 5,222

Stay Connected

Recent News