শীর্ষ সংবাদ

“হুইস্কি আইচক্ৰীম”ৰ ৰমৰমীয়া বেহা! আইচক্ৰীমৰ সৈতে সুৰাৰ ব্যৱসায় কৰি গ্ৰেপ্তাৰ তিনিজন

হায়দৰাবাদত ‘হুইস্কি আইচক্ৰীম’ বিক্ৰীক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। শুকুৰবাৰে আৰক্ষীয়ে এই চক্ৰ চলোৱাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। এখন দোকানো...

Read moreDetails

১০ বছৰ পূৰ্বে ৫ কোটি টকাৰে নিৰ্মিত চৰকাৰী হাস্পতালত আজিকোপতি আৰম্ভ নহ’ল চিকিৎসা! নিঃপালি স্বাস্থ্য বিভাগৰ

বিহাৰৰ মুজাফ্ফৰপুৰৰ এখন চৰকাৰী চিকিৎসালয়। ২০১৫ চনত বিহাৰ চৰকাৰে কোটি কোটি টকা খৰচ কৰি এই অত্যাধুনিক চিকিৎসালয়খন নিৰ্মাণ কৰিছিল। কিন্তু...

Read moreDetails

বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অসম কন্যা সাৱিত্ৰী জিন্দালৰ! নিৰ্দলীয় প্ৰাৰ্থী হ’ব দেশৰ ধনীতম মহিলাগৰাকী

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। যি সময়ত দলটো নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে, সেই সময়ত দেশৰ...

Read moreDetails

ভাৰতীয় ৰে’লৱেৰ পৰা পদত্যাগ ভিনেশ ফোগাটৰ; হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান ভিনেশ, বজৰঙৰ

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি দিনৰ ২:৩০ বজাত ভাৰত জাতীয় কংগ্ৰেছত যোগদান কৰে মল্লযুঁজাৰু ভিনেশ ফোগাট আৰু বজৰং পুনিয়াই। যোৱা...

Read moreDetails

দিল্লীত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চাঁদৰ পৰা খহি পৰিল এটা অংশ; জৰুৰী অৱতৰণ

দিল্লীৰ বসন্ত বিহাৰত বিমানৰ চাঁদৰ পৰা কিছু অংশ আকাশৰ পৰা খহি পৰিল! এই খবৰ পোৱাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ বিমানখনে দিল্লী...

Read moreDetails

মদ্যপান কৰি ৰাজপথত যুৱতীক যৌন নিপীড়ন! ভিডিঅ’ ভাইৰেল কৰি আৰক্ষীৰ জালত অভিযুক্ত

কলকাতাৰ আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা নৃশংস ঘটনাৰ প্ৰায় এমাহ হ’ল। ইয়াৰ মাজতে মধ্যপ্ৰদেশত সংঘটিত হয় এক আৰু ভয়ানক...

Read moreDetails

গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনাই অসম নাগৰিক সমাজৰ জন গণ মন অভিযানৰ শুভাৰম্ভণি

অসমৰ মহান বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কালি গুৱাহাটী প্ৰেছ ক্লাবত ৰাতিপুৱা ১১ বজাত অসম নাগৰিক সমাজ আৰু...

Read moreDetails

উত্তৰ প্ৰদেশত কুকুৰনেচীয়াৰ আতংক! ২৫ জনতকৈ অধিক লোকক আক্ৰমণ,মৃত্যু ৩ বছৰীয়া কিশোৰীৰ

উত্তৰ প্ৰদেশৰ বাহৰেইচত ২৫ জনতকৈ অধিক লোক আহত কৰি স্থানীয় ৰাইজক টোপনিৰ পৰা বঞ্চিত কৰিছে কুকুৰনেচীয়াই। কিছুদিন পূৰ্বে মৃত্যু হৈছিল...

Read moreDetails

দহ হাজাৰ সন্তানৰ পিতৃ হেনৰী! বিশালাকায় শৰীৰ, বিশ্বৰ আটাইতকৈ পুৰণি কুম্ভীৰ

সন্তানৰ সংখ্যা ১০ হাজাৰ! ৬ জনী সংগিনী। ৭০০ কিলোগ্ৰাম ওজনৰ কুম্ভীৰ হেনৰী বিশ্বৰ আটাইতকৈ বয়লীয়াল কুম্ভীৰ। বয়স বৰ্তমান ১২৩ বছৰ।...

Read moreDetails

আশ্চৰ্য! টিফিনত আমিষ খাদ্য অনাৰ বাবে ৫ বছৰীয়া ছাত্ৰক বহিষ্কাৰ

উত্তৰ প্ৰদেশৰ আমৰোহৰ এগৰাকী ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষই শ্ৰেণীলৈ আমিষ খাদ্য অনা বুলি অভিযোগ উত্থাপন কৰি পাঁচ বছৰীয়া এজন ছাত্ৰক বহিষ্কাৰ...

Read moreDetails
Page 1453 of 5995 1 … 1,452 1,453 1,454 … 5,995

Stay Connected

Recent News