• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা উদ্যোগীক সবলীকৰণৰ প্ৰয়াস : ১৫০০ৰো অধিক পঞ্জীয়নৰে সামৰণি পৰিল তেজস্বিনী অসম আইডিয়াথন ২০২৪ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 23, 2024 3:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মহিলা কোষৰ পৃষ্ঠপোষকতাত তথা  উত্তৰ পূৰ্বাঞ্চল হস্ততাঁত আৰু বস্ত্ৰ উন্নয়ন নিগম লিমিটেড (এন ই এইচ এইচ ডি চি)ৰ দ্বাৰা আয়োজিত  তেজস্বিনী অসম আইডিয়াথন ২০২৪ৰ ২১ অক্টোবৰত নেডফি হাউচত সামৰণি পৰে ।

সমগ্ৰ অসমৰ মহিলা উদ্যোগীসকলক সবলীকৰণ কৰা এই অনুষ্ঠানত ১৫০০ৰো অধিক পঞ্জীয়ন  হয় আৰু ৫৮৭টা  তালিকাভূক্ত কৰা নতুন  ধাৰণাই সকলোৰে  সঁহাৰি লাভ কৰে।তেজস্বিনী অসম আইডিয়াথন ২০২৪ত অংশগ্ৰহণকাৰীসকলে অসমৰ সংস্কৃতি আৰু ঐতিহ্যত শিপাই থকা প্ৰযুক্তিগত বিষয়ৰ পৰা আৰম্ভ কৰি সৃষ্টিশীল সামগ্ৰীলৈকে নিজৰ অভিনৱ ধাৰণাসমূহ প্ৰদৰ্শন কৰে ।

Apply Now

তেজস্বিনী অসম আইডিয়াথন ২০২৪ৰ বিজয়ীসকলক পুৰস্কাৰো  প্ৰদান কৰা হয়। প্ৰথম পুৰস্কাৰ হিচাবে  ১,৫০,০০০ টকা,  দ্বিতীয় পুৰস্কাৰ হিচাবে  ১,০০,০০০ টকা, আৰু । তৃতীয় পুৰস্কাৰ হিচাবে  ৫০,০০,০০০ টকাৰ বাবে ৭৫,০০০ টকা আগবঢ়োৱা হয়। এই উপলক্ষে্য আয়োজিত সভাত  অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তীয়ে মহিলা উদ্যোগীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰি ভাষণ প্ৰদান কৰে। তেওঁ অসমৰ আৰ্থ-সামাজিক উন্নয়নক আগুৱাই নিয়াত উদ্যোগীকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়েও আলোকপাত কৰে  আৰু মহিলা নেতৃত্বাধীন ব্যৱসায়ৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ নিৰন্তৰ  সমৰ্থনৰ আশ্বাস দিয়ে।

ৰাজ্যৰ মহিলা উদ্যোগীসকলে লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ে  আলোকপাত কৰি তেওঁলোকৰ ধাৰণাসমূহে অসমৰ অৰ্থনীতিত অৰিহণা যোগোৱাই নহয়, মহিলাসকলক উদ্যোগীকৰণৰ বাবে অনুপ্ৰাণিত কৰিব বুলিও তেওঁ  আশা প্ৰকাশ কৰে।

এন ই এইচ এইচ ডি চিৰ পৰিচালন সঞ্চালক ব্ৰিগেডিয়াৰ  (অৱসৰপ্ৰাপ্ত) ৰাজীৱ কুমাৰ সিঙে  তেজস্বিনী অসম আইডিয়াথন ২০২৪ত উপস্থাপন কৰা উদ্ভাৱনীমূলক  ধাৰণাসমূহৰ   প্ৰশংসা  কৰে। অনুষ্ঠানত এন ই এইচ এইচ ডি চিৰ উপদেষ্টা ড০ শ্ৰীপৰ্ণ বি বৰুৱাই এই উদ্ভাৱনী ধাৰণাসমূহক সফল উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ  ঘোষণা কৰে যে অংশগ্ৰহণকাৰীসকলক সহায় কৰিবলৈ অতি সোনকালে এক  মেণ্টৰশ্বিপ আৰু ইনকিউবেচন কাৰ্যসূচী আৰম্ভ কৰা হ’ব।  যাৰ জৰিয়তে মহিলাসকলে তেওঁলোকৰ উদ্যোগসমূহৰ বহনক্ষমতা নিশ্চিত কৰিবলৈ বিশেষজ্ঞৰ নিৰ্দেশনা, প্ৰশিক্ষণ আৰু বজাৰৰ  সুবিধা প্ৰদান কৰিব পৰা যাব। অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ যুটীয়া সচিব মঞ্জুৰাণী গগৈ তালুকদাৰে   প্ৰয়োজনীয় সম্পদ আৰু মঞ্চ প্ৰদান কৰি মহিলা উদ্যোগীসকলক সৱলীকৰণৰ বাবে নিৰন্তৰ সমৰ্থনৰ  আশ্বাস দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd