হকী বিশ্বকাপত ভাৰতে সুন্দৰ আৰম্ভণি কৰিছে। শুকুৰবাৰে ৰাউৰকেলাৰ বীৰচা মুণ্ডা ষ্টেডিয়ামত হৰমনপ্ৰীতৰ দলটোৱে স্পেইনক ২-০ গ'লত পৰাস্ত কৰে। দুৰ্দান্ত প্ৰদৰ্শন...
Read moreDetailsচাৰি বছৰ আগতে বিমানযাত্ৰাৰ সময়ত বেগটো হেৰাই গৈছিল। যাত্ৰীগৰাকীয়ে ভাবিছিল যে তেওঁ কেতিয়াও তেওঁৰ হেৰুওৱা বেগটো আৰু ঘূৰাই নাপাব। কিন্তু...
Read moreDetailsBCCI announces Indian squads for upcoming series ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক ক্ৰিকেট শৃংখলাৰ বাবে...
Read moreDetailsউচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ...
Read moreDetailsপাঁচ বছৰতকৈ অধিক সময় কৰ্তব্যৰ পৰা অনুপস্থিত আছিল। এই অভিযোগৰ বাবে ৬৪ জন চিকিৎসকক বৰ্খাস্ত কৰিছে বিহাৰ চৰকাৰে। জানিব পৰা...
Read moreDetailsএজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰি তেওঁক ঘৰতেই পুতি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। ১৮ মাহ পিছত স্বামীৰ নৃশংস কাণ্ডৰ এই...
Read moreDetailsWoman cricketer found dead উৰিষ্যাৰ এগৰাকী মহিলা ক্ৰিকেটাৰৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে। ক্ৰিকেটাৰ ৰাজশ্ৰী ছোৱাইনৰ মৃতদেহ এখন গভীৰ অৰণ্যত গছত ওলমি...
Read moreDetailsভাৰতে 'সস্তা আৰু বহনক্ষম' চীনা সামগ্ৰীৰ প্ৰলোভন প্ৰতিৰোধ কৰিব নোৱাৰে! যি সময়ত ভাৰত চৰকাৰে চীনা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে,...
Read moreDetailsমহাৰাষ্ট্ৰৰ নাছিকত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত কমেও ১০ জন লোক নিহত হৈছে। এই ঘটনাত আন বহু লোক আঘাতপ্ৰাপ্ত হৈছে। শুকুৰবাৰে পুৱা...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ডেলাৱেৰ বাসভৱনত বহু গোপন নথি উদ্ধাৰৰ বিষয়কলৈ বিতৰ্ক বৃদ্ধি পাইছে। বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটৰ্নি জেনেৰেল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd