• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এয়াৰলাইনছৰ ভুলৰ বাবে আন দেশলৈ গৈছিল বেগ; চাৰি বছৰ পিছত ঘুৰাই পালে যাত্ৰীয়ে, লগতে ক্ষতিপূৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2023 8:51 am
ফটো:  সংগৃহীত।

ফটো: সংগৃহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি বছৰ আগতে বিমানযাত্ৰাৰ সময়ত বেগটো হেৰাই গৈছিল। যাত্ৰীগৰাকীয়ে ভাবিছিল যে তেওঁ কেতিয়াও তেওঁৰ হেৰুওৱা বেগটো আৰু ঘূৰাই নাপাব। কিন্তু সঁচাকৈয়ে একো হেৰাই যোৱা নাছিল। চাৰি বছৰৰ পিছত তেওঁ তেওঁৰ হেৰুওৱা বেগটো ঘূৰাই পালে। কিন্তু কেনেকৈ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলাগৰাকীৰ নাম এপ্ৰিল গেভিন। শেহতীয়াকৈ, এপ্ৰিলে নেট মাধ্যমত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে সদৰী কৰিছে। এপ্ৰিলৰ ঘৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগনত আছে। ২০১৮ৰ ৪ আগষ্টত তেওঁ ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত চিকাগোলৈ গৈ আছিল। তেতিয়াই এয়াৰলাইনটোৱে তেওঁৰ বেগটো হেৰুৱালে।

লগতে পঢ়ক: ৩৭৯ ৰাণৰ দুৰ্দান্ত ইনিংছৰ সুবাদতে টী-২০ দলত পৃথ্বী! অক্ষৰ-ৰাহুলক ছুটী, দললৈ উভতিল জাদেজা

Apply Now

এপ্ৰিলৰ অভিযোগ যে তেতিয়াৰ পৰাই তেওঁ বাৰে বাৰে বিমান সংস্থাটোক তেওঁৰ বেগটো বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছিল। কিন্তু মাহৰ পাছত মাহ বাগৰি যোৱাৰ পাছতো এয়াৰলাইনছটোৱে কোনো সঁহাৰি দিব পৰা নাছিল। তেওঁলোকে বাৰে বাৰে কৈ আহিছিল যে এপ্ৰিলৰ বেগটো ক’ত আছে তেওঁলোকে নাজানে।

তেতিয়াৰ পৰা প্ৰায় ৪ বছৰ পাৰ হৈ গৈছে। তেওঁৰ বেগটো ঘূৰাই পোৱাৰ আশাও এৰি দিছিল এপ্ৰিলে। কিন্তু কেইদিনমান আগতে তেওঁ এয়াৰলাইনছৰ টেক্সাছ কাৰ্যালয়ৰ পৰা এটা ফোন পাইছিল। খবৰ পোৱা গৈছে যে তেওঁৰ বেগটো পোৱা গৈছে। এইটোও খবৰ পোৱা গৈছিল যে বেগটো দক্ষিণ আমেৰিকাৰ দেশ হণ্ডুৰাছ গৈ পাইছিল!

যিগৰাকী কৰ্মচাৰীয়ে ফোনত এপ্ৰিলক জনাইছিল যে তেওঁ বেগটো পাইছে, তেওঁ কৈছিল যে চাৰি বছৰ ধৰি বেগটোৰ কোনো সন্ধান নাছিল। কিন্তু নথিপত্ৰবোৰ পৰীক্ষা কৰাৰ পিছত তেওঁ বুজিব পাৰে যে বেগটো প্ৰকৃততেই ইমান দিন আগতে হেৰাই গৈছিল। বেগটো হণ্ডুৰাছৰ পৰা টেক্সাছলৈ আহে। তাৰ পিছত এইটো তেওঁক ঘূৰাই দিয়া হয়।

লগতে পঢ়ক:পত্নীক হত্যা কৰি ঘৰতেই পুতি ৰাখিছিল স্বামীয়ে! ১৮ মাহ পিছত পোহৰলৈ আহিল সেই নৃশংস ঘটনা

এপ্ৰিলে জানিবলৈ দিছে যে যদিও কৰবাত অলপ ৰং এৰাইছে, বেগটো নতুনৰ দৰেই আছে। দ্বিতীয় এটা ভিডিঅ’ত এপ্ৰিলে লগতে কৈছে যে তেওঁ কেৱল হেৰুওৱা বেগটোৱেই নহয়, ক্ষতিপূৰণ হিচাপে কিছু ধনো লাভ কৰিছে। বিমান সংস্থাটোৱে প্ৰায় ১.৩৮ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd