• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নীক হত্যা কৰি ঘৰতেই পুতি ৰাখিছিল স্বামীয়ে! ১৮ মাহ পিছত পোহৰলৈ আহিল সেই নৃশংস ঘটনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 13, 2023 7:15 pm
ফটো সৌজন্য: ইণ্ডিয়া টুডে।

ফটো সৌজন্য: ইণ্ডিয়া টুডে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰি তেওঁক ঘৰতেই পুতি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। ১৮ মাহ পিছত স্বামীৰ নৃশংস কাণ্ডৰ এই ঘটনা উন্মোচিত হৈছে। অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটো কেৰালাৰ এৰ্নাকুলামত সংঘটিত হৈছিল।

কেৰালাৰ এৰ্নাকুলামৰ বাসিন্দা ব্যক্তিজনে ২০২১ চনৰ আগষ্টত তেওঁৰ পত্নীক হত্যা কৰিছিল। হত্যাৰ পিছত তেওঁ পত্নীৰ মৃতদেহ ঘৰতেই সমাধিস্থ কৰিছিল। ইপিনে, আত্মীয় আৰু স্থানীয় লোকৰ আগত দাবী কৰে যে পত্নীৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল। তেওঁ পৰপুৰুষৰ সৈতে পলাই গৈছে।

লগতে পঢ়ক: ৰহস্যজনকভাৱে উদ্ধাৰ মহিলা ক্ৰিকেটাৰৰ মৃতদেহ; হত্যাৰ অভিযোগ পৰিয়ালৰ

Apply Now

আৰক্ষীয়ে সেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। তদন্তটো ডেৰ বছৰ ধৰি চলিছিল। তেতিয়াই অভিযুক্ত স্বামী আৰক্ষীৰ জালত ধৰা পৰে। তেওঁৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে। অভিযুক্ত স্বামীৰ নাম সঞ্জীব।

২০২১ চনৰ আগষ্টত সঞ্জীবৰ পত্নী ৰম্যা নিৰুদ্দেশ হৈছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত সঞ্জীবে নোজাৰাক্কাল আৰক্ষী থানাত এটা নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। এই ঘটনাটোত যাতে তেওঁক সন্দেহ নকৰে তাৰবাবে সঞ্জীবে চেষ্টাৰ ত্ৰুটি কৰা নাছিল। কিন্তু তেওঁ আৰক্ষীৰ সন্দেহভাজনৰ তালিকাত আছিল। পুলিচে তেওঁক সম্পূৰ্ণ নজৰত ৰাখিছিল। অৱশেষত এবছৰ ধৰি নিৰীক্ষণ কৰাৰ পিছত আৰক্ষীয়ে সঠিক প্ৰমাণ লাভ কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

প্ৰাথমিক তথ্য অনুসৰি, ৰম্যাই তেওঁৰ স্বামী সঞ্জীবৰ সৈতে ফোনত কাজিয়া কৰিছিল। সেই কাজিয়াৰ পিছত সঞ্জীবে ৰম্যাক নিৰ্মমভাৱে হত্যা কৰিছিল। তাৰ পিছত তেওঁক ঘৰতেই সমাধিস্থ কৰিছিল আৰু ডেৰ বছৰ ঘৰতে আছিল। আনকি অভিযুক্ত স্বামীয়ে দ্বিতীয় বিবাহৰ বাবেও প্ৰস্তুতি চলাই আছিল আৰু কৈছিল যে পত্নীয়ে আন কাৰোবাৰ সৈতে গুচি গৈছে।

লগতে পঢ়ক: প্ৰত্যাহ্বানৰ মুখত মোদীৰ ‘আত্মনিৰ্ভৰ’ ভাৰত! ২০২২ চনত অভিলেখ পৰিমানে বৃদ্ধি চীনা সামগ্ৰীৰ আমদানি

আৰক্ষীৰ তদন্তৰ সময়ত ঘৰৰ বাসস্থানৰ কাষতে মহিলাগৰাকীৰ মৃতদেহৰ অংশ পোৱা গৈছিল। যাৰ পৰা সন্দেহ ঘণীভূত হৈ পৰে। অৱশেষত প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে স্বামী সঞ্জীবক তেওঁৰ পত্নীক হত্যা কৰা আৰু প্ৰমাণ ধ্বংস কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd