• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰত্যাহ্বানৰ মুখত মোদীৰ ‘আত্মনিৰ্ভৰ’ ভাৰত! ২০২২ চনত অভিলেখ পৰিমানে বৃদ্ধি চীনা সামগ্ৰীৰ আমদানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 5:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে ‘সস্তা আৰু বহনক্ষম’ চীনা সামগ্ৰীৰ প্ৰলোভন প্ৰতিৰোধ কৰিব নোৱাৰে! যি সময়ত ভাৰত চৰকাৰে চীনা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন স্বাৱলম্বী ভাৰতৰ কথা কৈ আছে, সেই সময়তে ভাৰতে চীনৰ পৰা সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িছে। ২০২২ চনত ভাৰতলৈ চীনা সামগ্ৰীৰ আমদানি অভিলেখ হাৰত বৃদ্ধি পাইছিল।

পৰিসংখ্যা অনুসৰি, ২০২২ চনত প্ৰথমবাৰৰ বাবে আমদানি কৰা চীনা সামগ্ৰীৰ পৰিমাণে ১০০ বিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰিছিল। যোৱা বছৰটোত চীনৰ পৰা ভাৰতলৈ আমদানি কৰা সামগ্ৰীৰ মুঠ মূল্য আছিল ১১৮.৫ বিলিয়ন আমেৰিকান ডলাৰ। যিটো ২০২১ চনত ৯৭.৫ বিলিয়ন ডলাৰ আছিল।

লগতে পঢ়ক: চিৰ্দিলৈ যোৱাৰ পথত নাছিকত বাছ-ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত নিহত কমেও ১০ জন; আহত ৩০ৰো অধিক

Apply Now

 চীনা সামগ্ৰীৰ আমদানি এবছৰত প্ৰায় ২১ শতাংশ বৃদ্ধি পাইছে। উদ্বেগ ইয়াতে শেষ নহয়। ভাৰতে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ পৰিমাণৰ তুলনাত ৰপ্তানিৰ পৰিমাণ নগণ্য। এইটো যোৱা বছৰ আৰু হ্ৰাস পাইছিল। ২০২১ চনত চীনলৈ ৰপ্তানিৰ পৰিমাণ আছিল ২৮.১ বিলিয়ন ডলাৰ। ২০২২ চনত সেইটো আৰু ১৭.৪৮ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছিল।

এই পৰিসংখ্যাবোৰে স্পষ্টভাৱে দেখুৱাইছে যে লাডাখত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত যিমানেই ভাৰতীয়সকলে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান নকৰক কিয়, চীনা সামগ্ৰীৰ প্ৰতি দেশবাসীৰ আকৰ্ষণ একেবাৰে হ্ৰাস পোৱা নাই। একে সময়তে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান জনাইছিল সেয়াও  প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

প্ৰশ্ন উত্থাপিত হয়, যেতিয়া ভাৰত চৰকাৰে বিদেশী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বিষয়ে দোহাৰি আছে, মেক ইন ইণ্ডিয়াৰ দৰে প্ৰকল্পৰ প্ৰচাৰৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে, তেতিয়া বিদেশী সামগ্ৰী, বিশেষকৈ ইমান বোৰ চীনা সামগ্ৰী আমদানি কৰাৰ প্ৰয়োজন কিয় হৈছে।

লগতে পঢ়ক: বিপদত বিডেন! ঘৰৰ পৰা উদ্ধাৰ গোপন চৰকাৰী নথিপত্ৰ; তদন্তত ট্ৰাম্পৰ ঘনিষ্ঠ এটৰ্নি

দৰাচলতে, চৰকাৰে চীনা সামগ্ৰীৰ যিমানেই বিৰোধিতা নকৰক, চীনা সামগ্ৰীৰ বজাৰ ইমানেই ব্যাপক যে ইয়াক অস্বীকাৰ কৰাৰ উপায় নাই। তদুপৰি, এতিয়াও বহুতো চীনা সামগ্ৰী আছে যিবোৰ এতিয়াও ভাৰতত প্ৰস্তুত কৰা হোৱা নাই। স্বাভাৱিকতে নিশাটোৰ ভিতৰতে চীনা বজাৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা সম্ভৱ নহয়!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd