শীর্ষ সংবাদ

‘BoycottBollywood’: চিনেমা মনোৰঞ্জনৰ আহিলা আছিল, এতিয়া বিজেপিয়ে ব্যৱহাৰ কৰে প্ৰ’পাগাণ্ডা হিচাপে!

চিনেমা পূৰ্বে মনোৰঞ্জনৰ আহিলা আছিল। কিন্তু এতিয়া বিজেপিয়ে বলীউডৰ চিনেমাক প্ৰপাগাণ্ডা প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। এই গুৰুতৰ অভিযোগ উত্থাপন...

Read moreDetails

সাৱধান! অনলাইন অৰ্ডাৰ বিৰিয়ানী খাই মৃত্যু ২০ বছৰীয়া যুৱতীৰ

আন এক সন্দেহযুক্ত খাদ্য বিষক্ৰিয়াৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ ঘটনাৰ স্থান হ’ল কৰ্ণাটকৰ মাংগালুৰু। ফুড পইজনিঙৰ এই ঘটনা আজি পোহৰলৈ...

Read moreDetails

দলিত মহিলাক অকথ্য নিৰ্যাতন: অমানুষিক প্ৰহাৰ কৰি, চুলিত ধৰি চোঁচৰাই উলিয়াই দিলে মন্দিৰৰ পৰা

কৰ্ণাটকৰ বেংগালুৰুস্থিত এক মন্দিৰত প্ৰৱেশ কৰা এগৰাকী দলিত মহিলাক অকথ্য নিৰ্যাতনেৰে মন্দিৰৰ ভিতৰৰ পৰা উলিয়াই দিয়াৰ ঘটনাই সম্প্ৰতি সৃষ্টি কৰিছে...

Read moreDetails

প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ মৃত্যু

অসমৰ প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ আজি দেহাৱসান ঘটে। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত চিকিৎসাধীন হৈ আছিল প্ৰবীণ ৰাজনীতিবিদ...

Read moreDetails

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী; হেকাৰৰ কবলত টুইটাৰ, ২৩ কোটি একাউণ্টৰ তথ্য ফাদিল!

মুঠ ২৩ কোটিতকৈও অধিক টুইটাৰ একাউণ্ট আৰু গ্ৰাহকৰ ইমেইল ঠিকনা ফাদিল হৈছে! হেকাৰসকলে সকলো তথ্য এটা অনলাইন হেকিং ফ'ৰামত মুকলি...

Read moreDetails

যোশীমঠত বিপৰ্যয়! চহৰজুৰি আতংকৰ চাপ: চাওক কিছু দৃশ্য

উত্তৰাখণ্ডৰ যোশীমঠ চহৰত সৃষ্টি হৈছে এক ভয়াৱহ পৰিস্থিতিৰ। চহৰজুৰি ভূমিস্খলনে সৃষ্টি কৰিছে আতংকৰ। ভূমিস্খলন, ভূমিকম্পৰ পাৰ্শ্বক্ৰিয়া, অপৰিকল্পিত উন্নয়নৰ এক ভয়াৱহ...

Read moreDetails

কি দিন পৰিল! শ্ৰেণীকোঠাতেই শিক্ষয়িত্ৰীৰ ওপৰত গুলী চলালে এটি ৬ বছৰীয়া শিশুৱে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়া প্ৰদেশৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাতেই শিক্ষয়িত্ৰীৰ ওপৰত গুলী চলালে এটি শিশু শিক্ষাৰ্থীয়ে। এই ঘটনাত শিক্ষয়িত্ৰীগৰাকী গুৰুতৰভাৱে আহত...

Read moreDetails

বিমানত সহযাত্ৰী মহিলাৰ গাত প্ৰস্ৰাৱ কৰা অভিযুক্ত শংকৰ মিশ্ৰক গ্ৰেপ্তাৰ; হ’ব পাৰে ৩ বছৰ কাৰাবাস!

Man accused of urinating on female passenger arrested এয়াৰ ইণ্ডিয়াৰ বিমানত সহযাত্ৰী মহিলাৰ গাত প্ৰস্ৰাৱ কৰাৰ বাবে অভিযুক্ত শংকৰ মিশ্ৰক...

Read moreDetails

কাবুলিৱালাৰ প্ৰেমত পৰি সীমান্ত পাৰহৈ লটিঘটি; পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ বোৱাৰী

কাবুলিৱালাৰ প্ৰেমত পৰিয়েই নগাঁৱৰ বোৱাৰী ৱাহিদাই সীমান্ত অতিক্ৰম কৰিছিল! ৱাহিদা যোৱা বছৰৰ নৱেম্বৰৰ পৰা তেওঁৰ পুত্ৰৰ সৈতে সন্ধানহীন হৈ আছিল।...

Read moreDetails

প্ৰকৃতিৰ আগত কোন আমেৰিকা! কেলিফৰ্ণিয়াত ধুমুহাৰ তাণ্ডৱ; বিদ্যুৎ বিহীন প্ৰায় ৭০ হাজাৰ ঘৰ

প্ৰচণ্ড ধুমুহাৰ দুদিন পিছতো আমৰিকাৰ কেলিফৰ্ণিয়াত ৭০ হাজাৰতকৈও অধিক ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান বিদ্যুৎবিহীন হৈ আছে। বুধবাৰে প্ৰশান্ত মহাসাগৰত এক...

Read moreDetails
Page 1632 of 5280 1 1,631 1,632 1,633 5,280

Stay Connected

Recent News