• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী; হেকাৰৰ কবলত টুইটাৰ, ২৩ কোটি একাউণ্টৰ তথ্য ফাদিল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2023 3:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুঠ ২৩ কোটিতকৈও অধিক টুইটাৰ একাউণ্ট আৰু গ্ৰাহকৰ ইমেইল ঠিকনা ফাদিল হৈছে! হেকাৰসকলে সকলো তথ্য এটা অনলাইন হেকিং ফ’ৰামত মুকলি কৰি দিছে। আন্তৰ্জাতিক সংবাদমমাধ্যমৰ এনে এক বিস্ফোৰক দাবীয়ে স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশেষজ্ঞসকলৰ মতে, এনে ধৰণৰ হেকিংয়ে টুইটাৰৰ জৰিয়তে চৰকাৰ বিৰোধী বা প্ৰভাৱশালী লোকসকলক ৰাজহুৱাভাৱে সমালোচনা কৰা সকলৰ ওপৰত চাপৰ সৃষ্টি কৰিব পাৰে। ইজৰাইলৰ চাইবাৰ নিৰাপত্তা-নিৰীক্ষণ প্ৰতিষ্ঠান এটাৰ সহ-প্ৰতিষ্ঠাপক এলোন গলে দাবী কৰিছে যে এইটো সাম্প্ৰতিক সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ডাটা লিক।

লগতে পঢ়ক: কি দিন পৰিল! শ্ৰেণীকোঠাতেই শিক্ষয়িত্ৰীৰ ওপৰত গুলী চলালে এটি ৬ বছৰীয়া শিশুৱে

Apply Now

অৱশ্যে, টুইটাৰে এতিয়ালৈকে হেকিং সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। এই হেকিংৰ প্ৰতিবেদন পোহৰলৈ অহাৰ প্ৰায় দুসপ্তাহ হ’ল। সৰ্বাধিক ২কোটি ৩৫ লাখ টুইটাৰ একাউন্টৰ তথ্য ফাদিল হোৱা বুলি দাবী কৰা হৈছে। আশংকা কৰা হৈছে যে হেকাৰসকলে ইমেইল ঠিকনাবোৰ অঁতৰাই নি পাছৱৰ্ড সলনি কৰি তাৰ নিয়ন্ত্ৰণ নিব পাৰে। মুঠতে এই হেকিং-ৰ ঘটনাটোক লৈ বিভিন্ন ধৰণৰ আশংকাৰ সৃষ্টি হৈছে।

যোৱা বছৰ জুলাইত খবৰ ওলাইছিল যে হেকাৰসকলে বহুতো টুইটাৰ একাউণ্ট আৰু তেওঁৰ ইমেইল বা ফোন নম্বৰৰ দৰে তথ্য লিক কৰিছিল। সেই সকলো তথ্য বজাৰত বিক্ৰী কৰা হৈছে। সেইবাৰ ৫০ লাখতকৈও অধিক একাউণ্টৰ খবৰ পোৱা গৈছিল। অৱশ্যে এইবাৰ তাতকৈ বহুগুণে অধিক তথ্য লিকৰ কথা পোহৰলৈ আহিছে। এই ঘটনাই নিঃসন্দেহে এলন মাস্কৰ ওপৰত চাপ সৃষ্টি কৰিব।

দৰাচলতে, টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা মাস্ক বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈ আহিছে। মাইক্ৰ’ব্লগিং ছাইটৰ ব্যৱস্থাপনা প্ৰণালীত কেইবাটাও পৰিৱৰ্তন কৰাৰ বাবে টুইটাৰৰ নতুন মুৰব্বীগৰাকী যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে।

লগতে পঢ়ক: আৰু ৰহস্য! দুগৰাকী অধিবক্তাই গুৱাহাটী বিমানবন্দৰত দেখিছিল শ্বীনা বৰাক; দাবী ইন্দ্ৰাণী মুখাৰ্জীৰ

বিগত বছৰটোৰ শেষত গম পোৱা গৈছিল যে টেছলাৰ মুৰব্বীগৰাকীয়ে অভিলেখ পৰিমাণৰ সম্পত্তি হেৰুৱাইছে। এটা সময়ত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৩২১ বিলিয়ন ডলাৰ। টেছলা-টুইটাৰৰ গৰাকীয়ে যোৱা কেইমাহমানত প্ৰায় ২০০ বিলিয়ন  ডলাৰ হেৰুৱাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd