• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাবুলিৱালাৰ প্ৰেমত পৰি সীমান্ত পাৰহৈ লটিঘটি; পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ বোৱাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2023 11:19 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাবুলিৱালাৰ প্ৰেমত পৰিয়েই নগাঁৱৰ বোৱাৰী ৱাহিদাই সীমান্ত অতিক্ৰম কৰিছিল! ৱাহিদা যোৱা বছৰৰ নৱেম্বৰৰ পৰা তেওঁৰ পুত্ৰৰ সৈতে সন্ধানহীন হৈ আছিল। ঘটনাটোৰ এমাহৰ পিছতে ৱাহিদাৰ পৰিয়ালে জানিব পাৰিলে যে ৱাহিদাক তেওঁৰ পুত্ৰৰ সৈতে পাকিস্তানৰ কাৰাগাৰত ৰখা হৈছে। ৱাহিদা কেনেকৈ অসমৰ নগাঁৱৰ পৰা পাকিস্তানৰ কোৱেটাৰ কাৰাগাৰ পালে? আৰক্ষীয়ে ইয়াৰ আঁৰৰ কাহিনীৰ ৰহস্য বিচাৰি আছে।

পৰিয়ালৰ সূত্ৰ অনুসৰি, ৱাহিদাৰ স্বামী মহছিন খানৰ চাৰি বছৰ আগতে মৃত্যু হৈছিল। তাৰ পিছতে তেওঁ এজন কাবুলিৱালাৰ সৈতে সম্পৰ্কত লিপ্ত হয়। যোৱা বছৰ নৱেম্বৰত ৱাহিদা নগাঁও সদৰৰ পৰা তেওঁৰ পুত্ৰৰ সৈতে গাড়ীত উঠিছিল। কিন্তু তেতিয়াৰ পৰা তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।

লগতে পঢ়ক: প্ৰকৃতিৰ আগত কোন আমেৰিকা! কেলিফৰ্ণিয়াত ধুমুহাৰ তাণ্ডৱ; বিদ্যুৎ বিহীন প্ৰায় ৭০ হাজাৰ ঘৰ

Apply Now

বাতৰি অনুসৰি, ৱাহিদা নিৰুদ্দেশ হোৱাৰ আগতে ৱাহিদাই স্বামীৰ সকলো সম্পত্তি ১কোটি ৬০ লাখ টকাত বিক্ৰী কৰিছিল। ঘটনাটোৰ এমাহৰ পিছত ৱাহিদাৰ পৰিয়ালে জানিব পাৰে যে ৱাহিদাক তেওঁৰ পুত্ৰৰ সৈতে পাকিস্তানৰ কাৰাগাৰত ৰখা হৈছে।

ৱাহিদা বেগমৰ মাতৃ আৰিফা বেগমে জনায় যে ৱাহিদাক শেষবাৰৰ বাবে যিখন গাড়ীত দেখা গৈছিল সেইখন পিছত গুৱাহাটী বিমানবন্দৰত পৰিত্যক্ত অৱস্থাত পোৱা গৈছিল। এই ঘটনাটোৰ পিছত,তেওঁ তেওঁৰ জীয়েক আৰু নাতিক বিচাৰিবলৈ আৰম্ভ কৰে। তেওঁ এই সন্দৰ্ভত আৰক্ষীক নিৰুদ্দেশৰ খৱৰ দিছিল।

লগতে পঢ়ক: আৰু ৰহস্য! দুগৰাকী অধিবক্তাই গুৱাহাটী বিমানবন্দৰত দেখিছিল শ্বীনা বৰাক; দাবী ইন্দ্ৰাণী মুখাৰ্জীৰ

আৰিফা বেগমে প্ৰথমতে ভাবিছিল যে সম্পত্তি সম্পৰ্কীয় বিষয়য়ক লৈ এয়া অপহৰণৰ ঘটনা। পিছত যোৱা ৩০ নৱেম্বৰত আৰিফাই এটা অজ্ঞাত নম্বৰৰ পৰা  ফোন পাইছিল। ফোনত তেওঁক জনোৱা হৈছিল যে তেওঁৰ জীয়েক ৱাহিদা আৰু নাতি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে। তেওঁলোকক ২৫ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল। এই সন্দৰ্ভত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তাই আৰিফালৈ আইনী জাননী প্ৰেৰণ কৰে আৰু এই সন্দৰ্ভত ভাৰতীয় দূতাবাসলৈ নথিপত্ৰ প্ৰেৰণ কৰে।

সূত্ৰসমূহৰ মতে, পাকিস্তানলৈ যোৱাৰ বৈধ নথিপত্ৰ নথকাৰ বাবে ৱাহিদাক ফেডাৰেল ইনভেষ্টিগেচন এজেন্সিয়ে পাক-আফগান চমন সীমান্তত গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ বিষয়ে গম পোৱাৰ পিছত আৰিফা বেগমে তেওঁৰ জীয়েকক ঘূৰাই অনাৰ উদ্যোগ লৈছিল। আৰক্ষীৰ ওচৰ চাপিও কোনো প্ৰত্যাশিত ফলাফল নোপোৱাত তেওঁ ভাৰতত থকা পাকিস্তান উচ্চায়োগৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু তাতো কোনো লাভ নহ’ল।

লগতে পঢ়ক: দেশৰ এই তিনিটা বেংক ধন জমা ৰখাৰ বাবে আটাইতকৈ সুৰক্ষিত! আৰবিআইৰ তালিকা প্ৰকাশ

অৱশেষত আৰিফাইএই সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল যদিও সেইটোৱেও কাম নিদিলে। তথাপি  আৰিফাই হাৰ মনা নাছিল। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিল। কিন্তু শুকুৰবাৰে অৱশেষত আৰিফা তাৰ পৰাও বিমুখ হৈ ঘূৰি আহিব লগা হ’ল। কিয়নো ঘটনাৰ স্থান দিল্লীৰ অধিকাৰ ক্ষেত্ৰত নপৰাৰ বাবে আদালতে গোচৰটো খাৰিজ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd