শীর্ষ সংবাদ

ভাৰতীয় শিবিৰত মোক্ষম আঘাতঃ টেষ্ট শৃংখলাৰ পৰা বাহিৰ ছামি, অনিশ্চিত জাদেজাও

শুকুৰবাৰৰ পৰা বিশাখাপট্টনমত আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট। ইতিমধ্যে প্ৰথম টেষ্টত জয়েৰে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ...

Read moreDetails

শীঘ্ৰেই ছবিগৃ্হলৈ নতুন অসমীয়া ছবি সত্য দ্য ট্ৰুথঃ গীত আৰু পোষ্টাৰ মুকলি

কিছুদিনৰ পিছতে ৰাজ্যৰ ছবিগৃহলৈ আহিব সত্য দ্য ট্ৰুথ নামৰ এখন নতুন অসমীয়া বোলছবি। যোৱা সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বোলছবিখনৰ গীত...

Read moreDetails

আমেৰিকাত পুনৰ উদ্ধাৰ ভাৰতীয় ছাত্ৰৰ মৃতদেহঃ নিশ্চিত হোৱা নাই মৃত্যুৰ কাৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনচিনাটিত উদ্ধাৰ হৈছে এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। যুৱকগৰাকীৰ পৰিচয় আৰু মৃত্যুৰ কাৰণ এতিয়াও বিশদভাৱে জানিব পৰা হোৱা নাই।...

Read moreDetails

জঘন্য! কেৰালাত তোলনীয়া নাবালিকা কন্যাক উপৰ্যুপৰি ধৰ্ষণ অসম মূলৰ ব্যক্তিৰ

এক জঘন্য, বৰ্বৰ অপৰাধৰ শাস্তি হিচাপে কেৰালাত ৮২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈছে অসম মূলৰ এজন লোক। নিজৰ নাবালিকা তোলনীয়া কন্যা...

Read moreDetails

কৰ্ণাটকৰ সাংসদৰ ভাষ্যত পৃথক দাক্ষিণাত্যৰ প্ৰসংগ! বিজেপিৰ তীব্ৰ আক্ৰমণ, শিৱকুমাৰে দিলে স্পষ্টীকৰণ

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট। এই বাজেটক লৈ শাসক-বিৰোধী, উভয় পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ মাজতে...

Read moreDetails

এয়াই নেকি বিচ্ছেদৰ কাৰণ! নীতিশ কুমাৰে ক’লে, তেওঁক নজনোৱাকৈ দিয়া হৈছিল INDIA নাম

দেশৰ ৰাজনীতিত একপ্ৰকাৰে ধুমুহা আনি বিগত সপ্তাহত আকস্মিক ৰাজনৈতিক পাভলুটিৰে বিজেপিৰ সংলৈ উভতিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। তেওঁৰ এই কাৰ্যই...

Read moreDetails

হনুমান আছিল এজন মহান কূটনীতিবিদ! মন্তব্য বিদেশ মন্ত্ৰী জয়শংকৰৰ

মহাকাব্য ৰামায়ণৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ হনুমান আছিল এগৰাকী মহান কূটনীতিবিদ। এই মন্তব্য কৰিছে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে...

Read moreDetails

জোতা ফটাৰ বাবে যাব নোৱাৰিলে আত্মীয়ৰ বিবাহলৈঃ খঙতে জোতাৰ দোকানীলৈ প্ৰেৰণ কৰিলে জাননী

আত্মীয়ৰ এখন বিয়াত উপস্থিত হোৱাৰ মানসেৰে সাজু হৈছিল এজন লোক। কিন্তু তেওঁ পৰিধান কৰিবলৈ লোৱা জোতাযোৰ ফাটি যোৱাত বিয়াখনলৈ যাব...

Read moreDetails

গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত ছোৰেনঃ কাইলৈ হ’ব শুনানি

ধন সৰবৰাহৰ গোচৰত বুধবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে কালি গ্ৰেপ্তাৰ কৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক। ইয়াৰ পিছতে আজি গ্ৰেপ্তাৰক...

Read moreDetails

জ্ঞানব্যাপী মছজিদৰ ভিতৰত এতিয়াৰ পৰা হিন্দুৱে কৰিব পাৰিব উপাসনা, নিৰ্দেশ আদালতৰ

জ্ঞানব্যাপী মছজিদৰ ভিতৰত হিন্দুসকলক উপাসনা কৰিবলৈ দিয়া হ'ব অনুমতি। বাৰাণসী জিলা আদালতে দিছে এই নিৰ্দেশ। আদালতে জিলা প্ৰশাসনক পূজা আয়োজনত...

Read moreDetails
Page 1713 of 5930 1 1,712 1,713 1,714 5,930

Stay Connected

Recent News