• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ সৰ্ববৃহৎ দুৰ্নীতি নিৰ্বাচনী বণ্ড, ফল ভূগিব মোদী চৰকাৰে; মন্তব্য নিৰ্মলা সীতাৰমনৰ স্বামীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2024 9:00 am
353
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অৰ্থনীতিবিদ স্বামী পৰকলা প্ৰভাকৰে  লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ মোডী চৰকাৰক অস্বস্তিত পেলালে। এইবাৰ তেওঁ দাবী কৰে যে নিৰ্বাচনী বণ্ড হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ দুৰ্নীতি। শেহতীয়াকৈ টিভিৰ এক সাক্ষাৎকাৰত বিখ্যাত অৰ্থনীতিবিদগৰাকীয়ে নিৰ্বাচনী বণ্ডৰ ‘দুৰ্নীতি’ৰ কথা কয়। তেওঁ সকীয়াই দিয়ে যে বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ বাবে লোকসভা নিৰ্বাচনত মূল্য ভৰিব লাগিব।

লোকসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ধমক দিয়াৰ পিছতে ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ কৰিছে। দেখা গৈছে যে বণ্ডৰ অধিকাংশ সুবিধা শাসকীয় পক্ষই লাভ কৰিছে। নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিৰ পুঁজিত জমা হৈছে ৬৯৮৬.৫ কোটি টকা।

লগতে পঢ়কঃ IPL-ত অভিলেখ গঢ়ি ৰাণৰ পাহাৰ হায়দৰাবাদৰ; কঁকাল পোনাই যুঁজিও আত্মসমৰ্পন হাৰ্দিকৰ মুম্বাইৰ

এই সন্দৰ্ভত প্ৰভাকৰে কয় যে নিৰ্বাচনী বণ্ডৰ বিষয়টোৱে আৰু ডাঙৰ মোৰ ল’বলৈ গৈ আছে। ইয়াৰ পিছত তেওঁ মন্তব্য কৰে যে, “দেশৰ প্ৰতিজন ব্যক্তিয়ে বুজি পাইছে যে এইটো কেৱল ভাৰতৰেই নহয়, বিশ্বৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী।” শাসকীয় দলে নিৰ্বাচনত ইয়াৰ মূল্য ভৰিব লাগিব বুলিও দাবী কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ স্বামীয়ে।

উল্লেখ্য যে ইডি, চিবিআই আৰু আয়কৰ বিভাগে সৰ্বাধিক বণ্ড ক্ৰয় কৰা ৪১টা কোম্পানীৰ বিৰুদ্ধে তদন্ত চলাই আছে। অভিযোগ অনুসৰি আবকাৰী দুৰ্নীতিৰ গোচৰত প্ৰথমে গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীজনে বণ্ডৰ জৰিয়তে বিজেপিক ৪২ কোটি টকা আগবঢ়াইছিল। ইয়াৰ পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়। আনকি তেওঁ এই গোচৰৰ ৰাজসাক্ষীও হৈ পৰিছে।

"Electoral bond scam is not just the biggest scam in India but the biggest scam in the world. After electoral bond corruption became public, now the fight is not between two alliances but between the BJP and the people of India."
-Parakala Prabhakar, economist & FinMin Nirmala… pic.twitter.com/awoyDRhAtp

— Congress Kerala (@INCKerala) March 27, 2024

অৱশ্যে তৃণমূল, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহো এই বণ্ডৰ দ্বাৰা লাভৱান হৈছে। তৃণমূলৰ উপাৰ্জন ১৩৯৭ কোটি টকা। তৃতীয় স্থানৰ কংগ্ৰেছৰ আয় ১৩৩৪ কোটি টকা। ১৩২২ কোটি টকাৰে চতুৰ্থ স্থানত আছে ভাৰত ৰাষ্ট্ৰ সমিতি।

Recent News

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd