বৃহস্পতিবাৰে কলিয়াবৰত নতুনকৈ ৪ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। জখলাবন্ধাৰ ২ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। আক্ৰান্ত দুই গৰাকী লোক...
Read moreDetailsযুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় কন্যাসকলে ইতিহাস গঢ়িলে। সাতটা বিভাগৰ ফাইনেল অৱতীৰ্ণ সাতোগৰাকী বক্সাৰে জয় কৰিলে স্বৰ্ণ পদক। পোলেণ্ডত আআইবিএয়ুথ...
Read moreDetailsমাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে বলীউদৰ বিখ্যাত তথা এসময়ৰ অতি জনপ্ৰিয় সংগীত পৰিচালক নাদিম-শ্ৰাৱণ যুটীৰ শ্ৰাৱণ ৰাঠোৰে। মৃত্যুৰ...
Read moreDetailsএক মৰ্মান্তিক দুৰ্ঘটনাত মহাৰাষ্ট্ৰত ১৩জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। কৰ’নাই নহয়, দুৰ্ঘটনাত জুঁইয়ে কাঢ়ি ল’লে প্ৰাণ। মুম্বাইৰ সমীপৰ পালঘৰত অৱস্থিত...
Read moreDetailsগুৱাহাটীত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সকলো বিকল্প ব্যৱস্থা সাজু কৰিছে কামৰূপ মহানগৰ...
Read moreDetailsশ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিছ অৱ হেল্থ এণ্ড চায়েঞ্চৰ বৃহস্পতিবাৰে ঘোষণা কৰা এম বি বি এছ চূড়ান্ত বৰ্ষৰ ফলাফলত বোকাখাতৰ মন্থন ঘোষে...
Read moreDetailsগোলাঘাট জিলাত বৃহস্পতিবাৰে নতুনকৈ ৬১জন লোকৰ দেহত ক'ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ২০৫...
Read moreDetailsদেশত দৈনিক ৩ লাখৰো অধিক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে দৈনিক গড়ে মৃত্যুক আকোৱালি লৈছে ২ হাজাৰ লোকে। তাৰ মাজতে প্ৰকাশ...
Read moreDetailsকামৰূপ মহানগৰ জিলাৰ শিক্ষা প্ৰতিষ্ঠান বন্ধ সন্দৰ্ভত আজি অসম চৰকাৰৰ আয়ুক্ত সচিবে আজি এক বিশেষ নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনা অনুসৰি...
Read moreDetailsমহাৰাষ্ট্ৰৰ পৰা অসমত প্ৰৱেশ কৰিছেহি কোভিডৰ এক ভয়ংকৰ প্ৰজাতি। দুখন ৰাষ্ট্ৰৰ কোভিডৰ লক্ষণৰ সংমিশ্ৰণ হৈছে অৰ্থাৎ ডাব’ল মিউটেন্ট। স্বাস্থ্যমন্ত্ৰী হিমন্ত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd