শীর্ষ সংবাদ

লোমহৰ্ষক! নিজৰ মাতৃক হত্যা কৰি মৃতদেহটো কাটি কুটি ভক্ষণ কৰিলে এজন যুৱকে, ক’ত?

নিজৰ জন্মদাত্ৰী মাতৃক হত্যা কৰি মৃতদেহটো কাটি কুটি ভক্ষণ কৰাৰ এটা অভিযোগত বিচাৰৰ সম্মুখিন হৈছে এজন যুৱক। স্পেইনত সংঘটিত হৈছে...

Read moreDetails

কাণসাৰ নাই স্বাস্থ্য বিভাগৰ! গোলাঘাটত ক’ভিড ভেকচিনৰ নাটনিয়ে বিমুখ কৰিছে ৰাইজক

সমগ্র ৰাজ্যত এতিয়া ক'ভিডৰ দ্ৰুত সংক্ৰমণে এক বিপদসংকুল পৰিবেশৰ সৃষ্টি কৰিছে। জীৱন যুজঁৰ এনে জটিল সন্ধিক্ষণত গোলাঘাটত ৰাইজে ভেকচিন ল'বলৈ...

Read moreDetails

লক্ষ্য চীনৰ ৰাষ্ট্ৰদূত! পাকিস্তানৰ বিলাসী হোটেলত বোমা বিস্ফোৰণত কমেও ৪ জন লোক নিহত

পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কোৱেটাত ছেৰেনা নামৰ এখন বিলাসী হোটেলত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত কমেও ৪জন লোক নিহত আৰু ১১জন লোক...

Read moreDetails

কৰ’না আক্ৰান্ত হৈ আহমেদাবাদত মৃত্যু বোকাখাতৰ ব্যক্তিৰ; দুৰ্ভগীয়া পৰিয়ালটোত হাহাকাৰ

গুজৰাটৰ আহমেদাবাদত কৰ্মৰত বোকাখাতৰ কমাৰগাওঁৰ এজন লোক কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। মৃত লোকজনৰ নাম বিৰাজ বৰা। তেওঁৰ বয়স আছিল...

Read moreDetails

কৰ’নাত বিপৰ্যস্ত দেশ! যোৱা ২৪ ঘন্টাত আক্ৰান্ত ৩ লাখ ১৪ হাজাৰ; ২হাজাৰ ১০৪ জনৰ মৃত্যু

মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সাংঘাতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰত। দেশত কৰ’নাৰ সংক্ৰমণে এনেদৰে বৃদ্ধিপাইছে যে ই দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত...

Read moreDetails

দু:খৱৰ! বাওঁপন্থী নেতা সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ ৩৪ বছৰীয়া আশিস য়েচুৰীৰ কৰ’নাত মৃত্যু

কৰ’না আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে চিৰিআইএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ ৩৪বছৰীয়া আশিষ য়েচুৰীয়ে। বৃহস্পতিবাৰ পুৱা ৬বজাত গুৰুগ্ৰামৰ...

Read moreDetails

যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কুখ্যাত ড্ৰাগছ মাফিয়া মৃণাল গগৈ ওৰফে জ’জ গ্ৰেপ্তাৰ

গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জ'জ। গ্ৰেপ্তাৰৰ পিছতে জেললৈ প্ৰেৰণ কৰা হয় কুখ্যাত ড্ৰাগছ...

Read moreDetails

কৰ’নাৰ ভেকচিন লোৱাৰ পাছত সংক্ৰমণৰ হাৰ কিমান? কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

কৰ’না ভাইৰাছৰ ভেকচিন লোৱাৰ পাছত দেশৰ বিভিন্ন অংশৰ পৰা আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে। ইয়াৰ ফলত স্বাভাৱিকতেই বহুতৰে মনত প্ৰশ্নৰ...

Read moreDetails

কৰ’নাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত; জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৪২জনলৈ বৃদ্ধি

কৰ’নাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত। মংগলবাৰে নিশা শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰা আৰু তেওঁৰ মাতৃৰ দেহত কোভিড পজিটিভ ধৰা পৰে।...

Read moreDetails

বোকাখাতত যাত্ৰীৰ কোভিড পৰীক্ষা; দুজনৰ শৰীৰত ধৰা পৰে কোভিড-১৯ৰ সংক্ৰমণ

ৰাজ্যত চলি আছে কোভিড-১৯ৰ ভয়াবহ সংক্ৰমণ ৷ এনে পটভূমিত বুধবাৰৰ দিনা বোকাখাতৰ ৰাজ্যিক পৰিবহন নিগম আস্থানত যাত্ৰীৰ পৰীক্ষা কৰাৰ বাবে...

Read moreDetails
Page 2771 of 5281 1 2,770 2,771 2,772 5,281

Stay Connected

Recent News