• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কুখ্যাত ড্ৰাগছ মাফিয়া মৃণাল গগৈ ওৰফে জ’জ গ্ৰেপ্তাৰ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 22, 2021 9:16 am
Drugs Mafia arrested

গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়া মৃণাল গগৈ ওৰফে জ'জ। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জ’জ। গ্ৰেপ্তাৰৰ পিছতে জেললৈ প্ৰেৰণ কৰা হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জ’জক।

এনডিপিএচ আইনৰ অধীনত ২ বছৰ পৰ্য্যন্ত কাৰাগাৰতে দিন কটাব লাগিব গোলাঘাট চানমাৰিৰ ভগা গাঁওৰ নিবাসী মৃণাল গগৈ ওৰফে জ’জে।

Apply Now

জ’জক 21(a)/NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। ড্ৰাগছ ব্যৱসায়ী জ’জ সহ দীপজ্যোতি সিংহ আৰু দেবজিত চেতিয়া নামৰ দুজন ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে l

উল্লেখযোগ্য যে জজক পূৰ্বেও কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল l কিন্তু প্ৰতিবাৰেই জামিনত জে’লৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল জ’জে।

কুখ্যাত ড্ৰাগছ মাফিয়া জ’জক ২০১৬ চনত ২২(এ)/২৭ এন ডি পি এচৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। কিন্তু কাৰাগাৰৰ পৰা জামিন লাভ কৰাৰ পাছতে পুনৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে।

ইয়াৰ পাছত পুনৰ গোলাঘাট আৰক্ষীয়ে ৫৬২/২০১৭ গোচৰত ২০(বি) এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে। কিন্তু এইবাৰো জামিন লাভ কৰিয়েই গোলাঘাট জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছিল।

গোলাঘাট আৰক্ষীয়ে জ’জক পুনৰ ৮৮৮/১৮ নম্বৰৰ গোচৰৰ অধীনত ২২/২৭ এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে যদিও বাৰে বাৰে জামিন লাভ কৰা জ’জয়ে পুনৰ জামিনত আহিয়েই জিলাখনত ভিন্ন প্ৰান্তত ড্ৰাগছৰ অবাধ বেহা গঢ়ি তুলিছিল।

আৰক্ষীৰ বাৰে বাৰে টোপনি হৰণ কৰা জ’জৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে গৃহ বিভাগক তথ্য সহকাৰে বিষয়টো অৱগত কৰাত নাৰ্কেটিক বৰ্ডৰ অধীনৰ প্ৰিভেনশ্যন অফ ইলিচিট ট্ৰেফিকিং এন ডি পি এচ আইন ১৯৮৮ অধীনত বুধবাৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

স্মৰ্তব্য যে, এই আইনৰ অধীনত অপৰাধীয়ে দুবছৰ পৰ্যন্ত কোনো জামিন লাভ কৰিব নোৱাৰে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd