• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাৰ ভেকচিন লোৱাৰ পাছত সংক্ৰমণৰ হাৰ কিমান? কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2021 8:36 am
a-vac-640x375

প্ৰতিনিধিত্বমূলক ফটো।

536
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ ভেকচিন লোৱাৰ পাছত দেশৰ বিভিন্ন অংশৰ পৰা আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে। ইয়াৰ ফলত স্বাভাৱিকতেই বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি কৰ’নাৰ ভেকচিন লোৱাৰ পাছত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্য অতি সামান্য।

ভেকচিন লোৱাৰ পাছতো বহুতেই কৰ’নাত আক্ৰান্ত হৈছে নেকি তাক লৈ বহুতৰে মনত শংকাৰ সৃষ্টি হৈছিল।

বুধবাৰে কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ দেশত ৯,৩৫৬,৪৩৬জনক কোভাক্সিনৰ ড’জ দিয়া হৈছে। ইয়াৰ পাছত কৰ’নাত আক্ৰান্ত হৈছে ৪,২০৮জন। অৰ্থাৎ এই হাৰ ০.০৪শতাংশ।

সেইদৰে, দেশত ১,৭৩৭,১৭৮জন লোকে দ্বিতীয় ড’জ লাভ কৰিছে। তাৰ পাছত ৬৯৫জন কৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমানলৈকে কোভিশ্বিল্ডৰ মুঠ ১১.৬কোটি ড’জ দিয়া হৈছে। ইয়াৰ প্ৰথম ড’জ লাভ কৰিছে ১০০,৩০২,৭৪৫জনে। ভেকচিন লোৱাৰ পাছত কৰ’নাত আক্ৰান্ত হৈছে ১৭,১৪৫জন। অৰ্থাৎ ০.০২শতাংশ লোক।

সেইদৰে, কোভিশ্বিল্ডৰ দ্বিতীয় ড’জ লাভ কৰিছে ১৫,৭৩২,৭৫৪জন লোকে। তাৰপাছত কৰ’নাত আক্ৰান্ত হৈছে ৫,০১৪জন।

আইচিএমআৰৰ ফালৰ পৰা কোৱা হৈছে যে এইটো অতি সামান্য অংশ। ভেকচিন লোৱাৰ পাছত ১০,০০০জনৰ ভিতৰত দুই-চাৰিজন লোক আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত অধিকাংশ স্বাস্থ্যকৰ্মী। কিয়নো এওলোকে অধিক কৰ’না আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd