শীর্ষ সংবাদ

দক্ষিণ চীন সাগৰত যুদ্ধৰ দামামা! : মাৰ্কিন তহলদাৰী বিমানলৈ লক্ষ্য কৰি চীনৰ মিছাইল নিক্ষেপ!

দক্ষিণ চীন সাগৰত উত্তপ্ত হৈছে পৰিস্থিতি। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত দক্ষিণ চীন সাগৰকলৈ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে। আন্তৰাষ্ট্ৰীয় সংবাদ...

Read moreDetails

কোৱাৰেণ্টাইনৰ সময় শেষ; অনুশীলন আৰম্ভ কিংছ ইলেভেন পঞ্জাব আৰু ৰাজস্থান ৰয়েলছৰ

য়ু এ ইত অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ বাবে আয়োজকে প্ৰস্তুতি চলাই থকাৰ মাজতে কিংছ ইলেভেন পঞ্জাব আৰু ৰাজস্থান...

Read moreDetails

আদালতক অৱজ্ঞা! : আদালতৰ নিষেধাজ্ঞাৰ পাছতো অনুষ্ঠিত হ’ল অগপ ৰ সাধাৰণ পৰিষদৰ বৈঠক

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো অনুষ্ঠিত হ'ল অগপৰ সাধাৰণ পৰিষদৰ বৈঠক। কালি কামৰূপ মহানগৰ চেচন আদালতে দিছিল নিষেধাজ্ঞা। তাৰ পাছতো সভাপতি অতুল...

Read moreDetails

সাৱধান! ৰন্ধন গেছৰ নাটনিত ভূগিব পাৰে অসম তথা উত্তৰ-পূবৰ গ্ৰাহক

অসম তথা উত্তৰ-পূবত ৰন্ধন গেছৰ তীব্র নাটনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰি...

Read moreDetails

বোকাখাতৰ ম’হ মাইকী গাঁও পঞ্চায়তৰ দুৰ্নীতি : হিতাধিকাৰীৰ নাম সলনি কৰি সৰকাইছে ধন

বোকাখাতৰ ম'হমাইকী গাঁও পঞ্চায়ত কৃষিমন্ত্ৰী অতুল বৰাৰ নিজৰ পঞ্চায়ত৷ কিয়নো এই পঞ্চায়ততে মাটি ক্ৰয় কৰি নিৰ্বাচনৰ বাবেই বোকাখাতৰ বাসিন্দা হৈছিল...

Read moreDetails

অতুল বৰাৰ অগপই পতা কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত আদালতৰ স্থগিতাদেশ

পুনৰ এবাৰ বিতর্কৰ আৱর্তত সোমাই পৰিছে অসম গণ পৰিষদ দল৷ দলটোৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ সত্র...

Read moreDetails

আকাংক্ষা শৰ্মাৰ হত্যাকাৰী প্ৰেমিক উদয়ন দাসক যাৱজ্জীৱন কাৰাদণ্ড ফাষ্ট ট্ৰেক আদালতৰ

ভূপালৰ আকাংক্ষা শৰ্মাৰ হত্যাকাৰী প্ৰেমিক উদয়ন দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে বাঁকুড়াৰ ফাষ্ট ট্ৰেক আদালতে। ২০১৭ চনত বাঁকুড়াৰ নিৱাসী...

Read moreDetails

কৃষিমন্ত্ৰী অতুল বৰাৰ ম’হমাইকী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি : বঞ্চিত হৈছে হিতাধিকাৰী

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ম'হমাইকী গাঁও পঞ্চায়তত সংঘৰ্টিত এলানি দুৰ্নীতিৰ তথ্য আমাৰ এক বিশেষ অনুসন্ধানত পোহৰলৈ আহিছে৷ ম'হ...

Read moreDetails

এহাল বৃদ্ধ দম্পতিৰ বাবে আতংকৰ কাৰণ হৈছে উঠিছে নিজৰেই পুত্ৰ : শিকলিৰে বান্ধি থোৱা হৈছে পুত্ৰক

কিমান মৰ্মাহত হ'লে এহাল বৃদ্ধ দাম্পতিৰ দুহাল চকুৰে নিগৰিব পাৰে তপত চকুলো! জীৱনত কিমান দুখৰ তিক্ততাপূৰ্ণ দিন পাৰ কৰিলে ক'ব...

Read moreDetails

বলিউদৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা অসুস্থ : মুম্বাইত সম্পন্ন হ’ব এক জটিল অস্ত্ৰোপচাৰ!

বলিউদৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা অসুস্থ। এক জটিল অস্ত্ৰোপচাৰ বাবে মুম্বাইস্থিত এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতা গৰাকীক। উল্লেখ্য...

Read moreDetails
Page 3515 of 5269 1 3,514 3,515 3,516 5,269

Stay Connected

Recent News