শীর্ষ সংবাদ

চকুসহ সৰ্বাংগ শৰীৰত টাট্টু কৰোৱাই তিনিসপ্তাহৰ ধৰি অন্ধ হৈ আছিল ‘ড্ৰেগ’ন গাৰ্ল’ 

২৫ বছৰীয়া এম্বাৰ লিউক। অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছৰ চেন্ট্ৰেল ক’ষ্টৰ ২৪ বৰ্ষীয় গাভৰু। এক বিশেষ কাৰণত বিশ্বজুৰি চৰ্চালৈ আহিছে যুৱতীগৰাকী।...

Read moreDetails

চীনৰ কটা ঘাত চেঙা তেল: উত্তৰ কোৰিয়ালৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰি ভাৰতে দিলে এই বাৰ্তা

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ অনুৰোধ ৰক্ষা কৰি ভাৰতে উত্তৰ কোৰিয়ালৈ ১০ লাখ ডলাৰ মূল্যৰ চিকিৎসা সামগ্ৰী সাহায্য হিচাপে প্ৰেৰণ কৰিছে।...

Read moreDetails

মেছেঞ্জাৰ লক কৰি ৰখাৰ ফিচাৰ উলিয়াইছে ফেচবুকে

ফেচবুকে মেছেঞ্জাৰত ব্যক্তিগত গোপনীয়তা সুৰক্ষা ৰখাৰ বাবে এপ লক ফিচাৰ উলিয়াইছে। এপ লক ফিচাৰ আৰম্ভ হ’লে আপোনাৰ মেছেঞ্জাৰ এপত আন...

Read moreDetails

আঞ্চলিক ৰাজনীতিত প্ৰফুল্ল মহন্তক একাষৰীয়া কৰাৰ তৎপৰতা চলিছে নেকি?

কৰ’না মহামাৰীৰ সংকটৰ মাজতে বিভিন্ন ৰাজনৈতিক দলে অসমত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে কছৰৎ আৰম্ভ কৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি বিজেপিয়ে...

Read moreDetails

স্বাস্থ্য মন্ত্ৰী হিমন্তৰ অত্যধিক আত্মপ্ৰচাৰে উৎসাহিত কৰিব পৰা নাই নেকি কোভিড যোদ্ধাক?

বিশ্বৰ লগতে অসমতো চলিছে কাল ক’ৰ’ণাৰ সংহাৰ। ক’ৰ’ণাৰ বিৰুদ্ধে ঘোষিত যুদ্ধখনত আগভাগ লৈছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী হিচাবে এয়া...

Read moreDetails

গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

ক’ৰ'নাৰ ভয়াৱহতাৰ লগতে প্ৰতিকূল বতৰক নেওচি আজি গুৱাহাটী ক্লাবত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। গণতন্ত্ৰ আৰু সংবিধান...

Read moreDetails

কৰ’নাত আক্ৰান্ত হৈ মেক্সিকোৰ স্বাস্থ্য মন্ত্ৰীৰ মৃত্যু

মেক্সিকোৰ স্বাস্থ্য মন্ত্ৰী ডাঃ জেছাছ গ্ৰাজেদাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি অনুসৰি দেওবাৰে চিহুয়াহুৱাৰ গৱৰ্ণৰে স্বাস্থ্য...

Read moreDetails

চীনৰ সৈতে চলি থকা বিবাদৰ মাজতে ভাৰতলৈ বুলি উৰিল পাঁচখন ৰাফেল যুদ্ধ বিমান

‍চীন আৰু ভাৰতৰ মাজত চলি থকা সীমাকেন্দ্ৰিক বিবাদৰ মাজতে আজি ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল ফাইটাৰ জেট ভাৰতলৈ অনা হ’ব। এই...

Read moreDetails

পদ পথত ফল বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে PHD ডিগ্ৰীধাৰী মহিলাই, কিন্তু কিয়?

মহিলা গৰাকীৰ নাম ৰাইছা আনচাৰী। ৩৬ বছৰীয়া এইগৰাকী মহিলাৰ মুখত অনৰ্গল ফুটে শুদ্ধ ইংৰাজী। মহিলা গৰাকীৰ ইংৰাজী কোৱাৰ ধৰণে সকলোকে...

Read moreDetails

ক’ৰ’নাত মৃত্যু ঘটিল কাৰ্বি আংলঙৰ মাণ্ডলিক বন বিষয়াৰ

ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কাৰ্বি আংলং জিলাৰ মাণ্ডলিক বন বিষয়া জয়সিং বাৰৰ সোমবাৰ অৰ্থাৎ আজি মৃত্যু ঘটে। জানিব...

Read moreDetails
Page 3634 of 5279 1 3,633 3,634 3,635 5,279

Stay Connected

Recent News