• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কৰ’নাত আক্ৰান্ত হৈ মেক্সিকোৰ স্বাস্থ্য মন্ত্ৰীৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 27, 2020 2:42 pm

1 min read

কৰ’নাত আক্ৰান্ত হৈ মেক্সিকোৰ স্বাস্থ্য মন্ত্ৰীৰ মৃত্যু
1.7k
VIEWS
Share on FacebookShare on Twitter

মেক্সিকোৰ স্বাস্থ্য মন্ত্ৰী ডাঃ জেছাছ গ্ৰাজেদাৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি অনুসৰি দেওবাৰে চিহুয়াহুৱাৰ গৱৰ্ণৰে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খৱৰ নিশ্চিত কৰিছে।

প্ৰায় দুসপ্তাহ পূৰ্বে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ডাঃ জেছাছ গ্ৰাজেদা হাস্পাতালত ভৰ্তি হৈছিল।

স্বাস্থ্য মন্ত্ৰীগৰাকী শ্বাসজনিত সমস্যাত ভূগি অৱশেষত মৃত্যুক সাৱটি লয়।

স্বাস্থ্য মন্ত্ৰী ডাঃ জেছাছ গ্ৰাজেদৰ মৃত্যুত চিহুয়াহুৱাৰ গৱৰ্ণৰে গভাৰ শোক প্ৰকাশ কৰি কয় যে ডাঃ জেছাছৰ মৃত্যুৱে যি শোকৰ সৃষ্টি কৰিছে সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি।

মেক্সিকোত শনিবাৰলৈকে প্ৰায় ৩লাখ ৮৫হাজাৰ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। তদুপৰি, দেশখনত এতিয়ালৈকে এই মহামাৰীত ৪৩হাজাৰ ৫০০জন লোকৰ মৃত্যু হৈছে। 

Tags: COVID19

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd