DMCA.com Protection Status

শীর্ষ সংবাদ

উজনি অসমত টেংকাৰ আক্ৰমণৰ ঘটনাটোৱে দিছে উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰ মাজত সমীকৰণ সলনিৰ ইংগিত

উজনি অসমত খাৰুৱা তেল পৰিবাহী ৭ খন টেংকাৰ জ্বলাই দিয়া ঘটনাটোৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটসমূহৰ মাজৰ সমীকৰণত এক পৰিৱৰ্তনৰ ইংগিত...

Read more

ত্ৰিপুৰাক প্ৰাপ্য পুঁজিৰ পৰা বঞ্চিত কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে, চি পি আই (এম)ৰ অভিযোগ

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চি পি আই (এম)এ ৰাজ্যখনত ইয়াৰ নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰচাৰ অভিযান...

Read more

গণতন্ত্ৰ দিৱসৰ প্ৰাক্ মুহূৰ্তত বিদ্ৰোহীৰ কূটাঘাতৰ বাবে সাজু অসম আৰক্ষী

আগন্তুক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰাক্ মুহূৰ্তত বিদ্ৰোহীৰ কূটাঘাতৰ আশংকাত সষ্টম হৈ উঠিছে অসম আৰক্ষী। চুবুৰীয়া ৰাজ্যত বাহৰ পাতি থাকি অসমত...

Read more

উত্তৰ-পূৰ্বাঞ্চলৰ অধিক ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ বাবে বিশেষ ব্যৱস্থা দিল্লী বিশ্ববিদ্যালয়ৰ

দিল্লী বিশ্ববিদ্যালয়ে এপ্ৰিলত হ’বলগা নামভৰ্তি প্ৰক্ৰিয়াৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰপৰা অধিক ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে এক অভিযান আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনৰ এটা বিশেষ...

Read more

টীম আন্নাৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

দিল্লীৰ মহাৰাষ্ট্ৰ সদনত অলপতে অনুষ্ঠিত হোৱা টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত অসমৰ টীম আন্নাৰ সদস্য সমাজকৰ্মী দিব্যজ্যোতি শইকীয়া উপস্থিত থাকে।...

Read more

চি পি আই (এম)ৰ বিৰুদ্ধে ত্ৰিপুৰাৰ চৰকাৰী কৰ্মচাৰীৰ পৰা বলপূৰ্বক নিৰ্বাচনী পুঁজি সংগ্ৰহৰ অভিযোগ বিজেপিৰ

বিজেপিয়ে চি পি আই (এম)ৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব বিজেপিয়ে। চি পি আই (এম)ৰ বিৰুদ্ধে বিজেপিয়ে নিৰ্বাচন...

Read more

নৰ্থইষ্ট য়ুনাইটেড এফ চিয়ে সমৰ্থকৰ বাবে যোগান ধৰিব বাছ, ছাত্ৰ-ছাত্ৰীৰ টিকেটত ৰেহাই

হিৰ’ ইণ্ডিয়ান চুপাৰ লীগ দল নৰ্থইষ্ট য়ুনাইটেড এফ চিয়ে ছীজনটোৰ আহি থকা খেলসমূহত অনুৰাগীৰ সংখ্যা আৰু সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যে...

Read more

‘জ্যোতি-বিষ্ণু-ভূপেন-হেমাংগ’ৰ দৰে শিল্পীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ, জ্যোতি চিত্ৰবনত চৰকাৰৰ শিল্পী দিৱস

‘জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসৰ দৰে শিল্পীসকলে প্ৰদান কৰা আদৰ্শৰে সমৃদ্ধ আমাৰ ৰাজ্যখন কোনো কালেই পিছ পৰা...

Read more

প্ৰশাসনৰ অনুৰোধ প্ৰত্যাখ্যান, তিনিচুকীয়া এৰি জোনাইলৈ স্থানান্তৰিত হ’ব নোখোজে বানত গৃ্হহাৰা দধিয়াবাসী

ডিব্ৰুগড় জিলা প্ৰশাসনে বানপানীত বিস্থাপিত হোৱা দধিয়া বন গাঁৱৰ লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে আজি চাবুৱাৰ দধিয়া এম ই স্কুলত এখন...

Read more

জাগুনত তেলৰ টেংকাৰৰ ওপৰত হোৱা সন্দেহযুক্ত উগ্ৰপন্থী আক্ৰমণৰ বাবে ত্ৰুটিপূৰ্ণ নিৰাপত্তাক জগৰীয়া

তেলভৰ্তি ৭ খন টেংকাৰ অসম-অৰুণাচল সীমান্তৰ নামফাই-নামচিক পথৰ জাগুনত কালি সন্দেহজনক উগ্ৰপন্থীয়ে জ্বলাই দিয়া ঘটনাটোৰ বাবে নিৰাপত্তাৰ ত্ৰুটিকে জগৰীয়া কৰা হৈছে।...

Read more
Page 4441 of 4449 1 4,440 4,441 4,442 4,449

Recent News