DMCA.com Protection Status

শীর্ষ সংবাদ

প্ৰসিদ্ধ সাংবাদিক, লিখক অনন্ত কুমাৰ দাসৰ বিয়োগ

কেইবাখনো গ্ৰন্থৰ লিখক, প্ৰসিদ্ধ সাংবাদিক অনন্ত কুমাৰ দাসৰ বহস্পতিবাৰে নিশা নিজা বাসভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২...

Read more

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি অগপৰ : ২৬ মাৰ্চত জিলা সভাপতি, সম্পাদকৰ সভা

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দলে নিজৰ প্ৰস্তুতি আৰম্ভ কৰি তুলিছে। বিজেপিৰে মিত্ৰতা নকৰাকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ...

Read more

অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ৰ যোগে চৰকাৰে পতা উপাচাৰ্য্যহীন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ কোনো মূল্য নাই : শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ (Assam Women's University Act, 2013)ৰ যোগে স্বয়ং অসম চৰকাৰে প্ৰতিষ্ঠা কৰা অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান...

Read more

ত্ৰিপুৰাৰ নতুন চৰকাৰৰ ৩৩ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ, ৬৭ শতাংশ মন্ত্ৰী কোটিপতি

নৱগঠিত ত্ৰিপুৰা চৰকাৰৰ ৬৭ শতাংশ, অৰ্থাৎ ৯ৰ ভিতৰত ৬ গৰাকী মন্ত্ৰী কোটিপতি। শুকুৰবাৰে প্ৰকাশিত এক বাতৰি অনুসৰি তেওঁলোকৰ ৯ গৰাকীৰ...

Read more

জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব অল ইণ্ডিয়া মিডিয়া এডুকেটৰছ কনফাৰেন্স

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে চলিত বৰ্ষৰ ৬ জুলাইৰ পৰা জয়পুৰত অনুষ্ঠিত কৰিব অল ইণ্ডিয়া মিডিয়া এডুকেটৰছ কনফাৰেন্স। গুৱাহাটী...

Read more

প্ৰমোদ বড়োৰ মন্তব্যক নসাৎ আলফা (স্বা)ৰ সভাপতি অভিজিৎ অসমৰ

শেহতীয়াকৈ সংযুক্ত মুক্তি বাহিনী আলফা(স্বা)ৰ সভাপতি অভিজিৎ অসমৰ নামত প্ৰচাৰিত এক ভুৱা ফেচবুক প’ষ্টক লৈ প্ৰমোদ বড়োই কৰা মন্তব্যৰ তীব্ৰ...

Read more

চিআৰপিএফৰ শিক্ষাৰ্থী বিষয়াৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ মত-বিনিময়

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ ৪৯নং বেটচৰ ১৫ গৰাকী ৰাজপত্ৰিত শিক্ষাৰ্থী বিষয়াৰে শুকুৰবাৰে ৰাজভৱনত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ...

Read more

টুইটাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ

শুকুৰবাৰে টুইটাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’য়ে। ৰাজহুৱা আঁচনি আৰু টুইটাৰ ইণ্ডিয়াৰ মুৰব্বী মহিমা কৌলে...

Read more

চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ল যুৱ কল্যাণ : কনৰাড চাংমা

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কয় যে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান কৰা  ক্ষেত্ৰসমূহৰ ভিতৰত যুৱ কল্যাণৰ বিষয়সমূহ আছে। ৰাজ্যখনত শীঘ্ৰেই...

Read more
Page 4510 of 4589 1 4,509 4,510 4,511 4,589

Recent News