অসমত নৱেম্বৰ মাহত চাহৰ উৎপাদন হ্ৰাস
যোৱা নৱেম্বৰ মাহত পূৰ্বত্কৈ অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে। ২০১৭ চনৰ নৱেম্বৰত সমগ্ৰ ভাৰততে চাহৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে অসমত...
Read moreযোৱা নৱেম্বৰ মাহত পূৰ্বত্কৈ অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে। ২০১৭ চনৰ নৱেম্বৰত সমগ্ৰ ভাৰততে চাহৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে অসমত...
Read moreঅসমৰ এন আৰ চি উন্নীতকৰণৰ আঁৰৰ প্ৰকৃত নায়ক কোন ? এই কৃতিত্বৰ যেন বহুজনেই দাবীদাৰ হ’ব খোজে। চ’চি্য়েল মীদিয়া বাদেই,...
Read moreযোৱা ৩০ দিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ নাগালেণ্ডতে পুনৰ এবাৰ ‘অশান্ত অঞ্চল’ অাইনৰ ম্যাদ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰ্কাৰে। আফ্স্পা (Armed Forces...
Read moreনতুন বছৰৰ প্ৰথম দিনটোতে যোগদল হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত চি আই চিয়ে গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে। ২০০৯ চনত সংঘটিত লোমহৰ্ষক যোগদল হত্যাকাণ্ডৰ...
Read moreঅইল ইণ্ডিয়া লিমিটেডে ব'ম্বে ষ্টক এক্সেইঞ্জক জনোৱা অনুসৰি ২০১৭-১৮ চনৰ দ্বিতীয় আৰু তৃতীয় কুৱাৰ্টাৰত সন্ধানমূলক প্ৰচেষ্টাৰে উজনি অসমৰ ডুমডুমা পে'ট্ৰলিয়াম...
Read moreউত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনে ভৰাই ৰাখিব নতুন বছৰটো। এই বছৰ অঞ্চলটোৰ ৪ খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু...
Read moreনাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াং আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তেওঁৰ গুৱাহাটীৰ চৰকাৰী বাসভৱনত এক বৈঠকত মিলিত...
Read moreখ্ৰীষ্টান প্ৰধান ৰাজ্য নাগালেণ্ডত পদুম ফুলোৱাৰ লক্ষ্যৰে বিজেপিয়ে ইয়াৰ দুজন জ্যেষ্ঠ সদস্যৰ অপসাৰণৰ নিৰ্দেশ বাতিল কৰিছে। জ্যেষ্ঠ নেতা এইচ কে...
Read moreউত্তৰ পূৰ্বাঞ্চলত হকী জনপ্ৰিয় নহ'লেও হকী ইণ্ডিয়াই তিনিখন বৃহৎ হকী টুৰ্নামেণ্ট অনুষ্ঠিত কৰাৰ বাবে অসমৰ হোজাই আৰু মণিপুৰৰ ইম্ফলক বাচনি...
Read moreদৰং জিলা এন আৰ চি কৰ্তৃপক্ষৰ নদাল বিষয়া বিদ্যুৎ বিকাশ ভাগৱতীয়ে এন ই নাওক জনোৱা অনুসৰি, 'জিলাখনৰ ১০ লাখ ৩২ হাজাৰ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd