• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ এন আৰ চিৰ আঁৰৰ ব্যক্তি প্ৰদীপ কুমাৰ ভূঞাক জানো আহক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2018 7:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এন আৰ চি উন্নীতকৰণৰ আঁৰৰ প্ৰকৃত নায়ক কোন ? এই কৃতিত্বৰ যেন বহুজনেই দাবীদাৰ হ’ব খোজে। চ’চি্য়েল মীদিয়া বাদেই, মূলসুঁতিৰ সংবাদ্মাধ্যমটো আনকি বিভিন্নজনক এন আৰ চি উন্নীতকৰণৰ কৃতিত্ব জ্ঞাপনৰ আলোৰণ উঠিছে।

আমি নামসমূহ উল্লেখ কৰিবলৈ নাযাওঁ। আমি আমাৰ পাঠকসকলক কেৱল জনাব খোজো যে অসমত এন আৰ চিৰ আঁৰৰ আচল ব্যক্তিজন হ’ল প্ৰদীপ কুমাৰ ভূঞা। আশীৰ ঊৰ্ধৰ এই ব্যক্তিজনে জেপৰ ধন খৰচ কৰি আনকি ঘৰৰ সামগ্ৰী বেচি এন আৰ চি উন্নীতকৰণৰ বাবে আইনী যুঁজত নামিছিল। তেওঁৰ ধাৰাৱাহিক প্ৰচেষ্টাৰ কাৰণেই ২০০৬ চনত উচ্চ্তম ন্যায়ালয়ে এন আৰ চি সম্পৰ্কীয় এটা গোচৰ গ্ৰহণ কৰে। কিন্তু ভূঞা সন্মুখত নাথাকিলে আৰু অন্য এটা পক্ষই সৰ্বোচ্চ ন্যায়ালয়ত এই সৰ্বাধিক চৰ্চিত গোচৰটোৰ অংশগ্ৰহণকাৰী হ’ল। নিজৰ ল’ প্ৰ’ফাইল চৰিত্ৰ বৰ্তাই ৰাখি আৰু নীৰৱে নিজৰ গোপনীয়তা ৰক্ষা কৰি ভূঞাই পৰ্দাৰ আঁৰতে থাকিবলৈ পছন্দ কৰিলে।

Apply Now

ৰ’ব, ইমানতে প্ৰদীপ কুমাৰ ভূঞাৰ পৰিচয় শেষ হোৱা নাই। আই আই টি খৰগপুৰৰ ১৯৫৬ চনৰ ছাত্ৰ ভূঞা গুৱাহাটীৰ ফেকাল্টি স্কুলৰ প্ৰতিস্থাপক ন্যাসৰক্ষী। তাৰোপৰি তেওঁ গুৱাহাটীৰ সদৌ অসম এফিলিয়েতেদ ইনষ্টিতিউছন সংস্থাৰো সভাপতি। কেৱল এন আৰ চিৰ ক্ষেত্ৰতে নহয় ভূঞাই অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত বৃ্হৎ নদীবান্ধসমূহৰ বিৰুদ্ধেও আইনী যুঁজত নামিছে।

তাৰোপৰি তেওঁ বনানীকৰণৰ এক প্ৰকল্পৰো উদ্যোগ হাতত লৈছে।

এই সম্পৰ্কত ভূঞাৰ সৈতে এন ই নাৱে যোগাযোগ কৰাত তেওঁ নিজৰ বিষয়ে ক’বলৈ বিনম্ৰভাৱে অস্বীকাৰ কৰিলে।

কিন্তু নৰ্থ ইস্ত নাৱে সঁচা কথাটো কোৱা আৰু এন আৰ চিৰ আঁৰৰ ব্যক্তিজনক ৰাইজৰ সন্মুখলৈ অনাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিলে।

Tags: গুৱাহাটী
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd