• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্সাৰৰ পৰা মুক্তি দিব আল্ট্ৰা ফাষ্ট ৰেডিঅ’থেৰাপীয়ে! দাবী গৱেষকসকলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2025 9:29 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্কট ৰোগৰ অৰ্থ হ’ল বছৰ বছৰ ধৰি ফ্লেছ ৰেডিঅ’থেৰাপি লৈ যোৱা আৰু ক্ৰমান্বয়ে এঢাপ দুঢাপকৈ মৃত্যুৰ দিশে গতি কৰা। আল্ট্ৰা-ফাষ্ট ৰেডিঅ’থেৰাপীয়ে এই গতানুগতিক প্ৰথা ভংগ কৰিব পাৰে। গৱেষকসকলে দাবী কৰিছে যে ইয়াৰ ফলত কৰ্কট ৰোগৰ চিকিৎসাত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিব পাৰে, কিয়নো ৰোগীয়ে এক চেকেণ্ডতকৈও কম সময়ৰ ভিতৰতে এই মাৰাত্মক ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে।

কেন্সাৰৰ চিকিৎসাৰ বাবে ৰোগীয়ে একাধিকবাৰ ৰেডিঅ’থেৰাপী ল’বলগীয়া হয়। এই থেৰাপীয়ে মগজুৰ বহুতো সুস্থ কলা বা কোষৰ ক্ষতি কৰে। গৱেষকসকলে দাবী কৰিছে যে আল্ট্ৰা ফাষ্ট ৰেডিঅ’থেৰাপীয়ে মগজুৰ কোনো সুস্থ কলাৰ ক্ষতি নকৰে, বৰঞ্চ ইয়াৰ পৰিৱৰ্তে কেন্সাৰ কোষক আমূলভাৱে ধ্বংস কৰিব। আনকি নিয়মীয়া ৰেডিঅ’থেৰাপিতকৈও ই ৩০০ গুণ বেছি শক্তিশালী।

Apply Now

গৱেষকসকলে দাবী কৰিছে যে আল্ট্ৰা ফাষ্ট ৰেডিঅ’থেৰাপীৰ এই ফ্লেছ ৰেডিয়ছন ইতিমধ্যে জীৱ-জন্তুৰ ওপৰত পৰীক্ষা কৰা হৈছে। ইয়াৰ দ্বাৰা কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ নিৰাপদ ফলাফল পোৱা গৈছে। আনকি মেটাষ্টেটিক কেন্সাৰ ৰোগীৰ ওপৰত কৰা এটা সৰু পৰীক্ষাতো ই সফল হৈছিল।

FASTRO পৰীক্ষাৰ প্ৰধান অনুসন্ধানকাৰী তথা ৰেডিয়েছন অনক’লজি আৰু নিউৰোচাৰ্জাৰিৰ অধ্যাপক চিকিৎসক জন ব্ৰেনেমেনৰ দাবী যে যিহেতু ইয়াক কমকৈ দিয়া হয় আৰু গতানুগতিক ৰেডিঅ’থেৰাপিতকৈ ই বহু বেছি শক্তিশালী, সেয়ে ই স্বাভাৱিক মগজুৰ কোষৰ ক্ষতি কৰাৰ সম্ভাৱনা কম, যিয়ে ৰোগীক অধিক সোনকালে সুস্থ জীৱনলৈ ঘূৰি অহাত সহায় কৰে।

কিন্তু এই বিষয়টোৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন বুলি জনাইছে এই অধ্যয়নৰ মুখ্য লেখিকা তথা চিনচিনাটি কেন্সাৰ চেণ্টাৰৰ ক্লিনিকেল ৰেডিয়ছন অনক’লজিৰ অধ্যাপিকা-চিকিৎসক এমিলি চি ডাউহাৰ্টিয়ে। তেওঁৰ দাবী, “নতুন পদ্ধতিটোৰ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাও বহু কম।”

চিকিৎসকসকলৰ এই গৱেষণা পত্ৰখন ২০২২ চনত প্ৰকাশ পাইছিল। ইয়াত কোৱা হৈছে যে ফ্লেছ ফ’টন আৰু সম্ভাৱ্যভাৱে প্ৰ’টন, ভিএইচইই আৰু গধুৰ আয়ন উৎপাদনৰ বাবে অধিক প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd