শীর্ষ সংবাদ

অৰুণাচলৰ নামনি দিবাং ভেলীত নৱেম্বৰত উন্মোচন কৰা হ’ব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি

অসমৰ কিংবদন্তি গায়ক, গীতিকাৰ, সংগীতজ্ঞ, কবি তথা চলচ্চিত্ৰ নিৰ্মাতা ড০ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশৰ নামনি দিবাং...

Read moreDetails

বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে লখিমপুৰত যুৱকে এচিডেৰে আক্ৰমণ কৰিলে যুৱতীক

আজি লখিমপুৰ জিলাত সংঘটিত হৈছে এক জঘন্য কাণ্ড। জিলাখনৰ বান্দৰদেৱাত দুপৰীয়া এগৰাকী কলেজীয়া ছাত্ৰীক দুজন যুৱকে এচিডেৰে আক্ৰমণ কৰা ঘটনাই...

Read moreDetails

চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাক ফিল’বাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে বদলি!

যোৱা ৪ মে’ত তিনিচুকীয়া জিলাৰ বৰডুমচাত আলফা (স্বাঃ)ৰ সৈতে সংঘৰ্ষত নিহত সাহসী আৰক্ষী বিষয়া চহিদ ভাস্কৰ কলিতাক বদলি কৰিলে নেকি...

Read moreDetails

দুৰ্গাৰ ত্ৰিশূল বুকুত দি প্ৰতীক হাজেলাক অসুৰৰ ৰূপত উপস্থাপন কৰিলে বৰাকৰ সংগঠনে

এন আৰ চিৰ কামেৰে প্ৰতীক হাজেলাই অসম আৰু অসমীয়াৰ বাবে ভাল কাম কৰিছে নে অসম-অসমীয়াক বিপদৰ গৰাহলৈ ঠেলিছে সেয়া সময়ে...

Read moreDetails

কটনৰ ষ্ট্ৰং ৰুম পহৰা দি ৰাখিছে ছাত্ৰই, আলোচনাৰ আশ্বাস বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ উপ সভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ ভোট গণনাত খেলিমেলি হোৱাৰ অভিযোগ তুলি দেওবাৰে নিশালৈকে প্ৰতিবাদ অব্যাহত...

Read moreDetails

মাদ্ৰাছা বন্ধৰ ষড়যন্ত্ৰ কৰিছে অসম চৰকাৰে: ছাত্ৰ সন্থা

অসমৰ মাদ্ৰাছাৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান নকৰি ৰাজ্যৰ বিজেপি চৰকাৰে এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ ‘ষড়যন্ত্ৰ’ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে...

Read moreDetails

কাৰ্বি আংলঙৰ কাকচাং জলপ্ৰপাতত বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ যুৱকৰ ৰহস্যজনক মৃত্যু

বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ কাকচাং জলপ্ৰপাতত পিকনিক খাবলৈ আহি আজি এজন যুৱকে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি ল'ব লগা হোৱা...

Read moreDetails

নাগালেণ্ডৰ ‘গান্ধী’ পদ্মশ্ৰী নটৱৰ থক্কৰ আৰু নাই

নাগালেণ্ডৰ ‘গান্ধী’ৰূপে অভিহিত বিশিষ্ট সমাজকৰ্মী, গান্ধীবাদী নটৱৰ থক্কৰ আৰু নাই। দেওবাৰে পুৱা প্ৰায় ৭ বজাত গুৱাহাটীৰ এপল’ হস্পিটেলত তেওঁ শেষ...

Read moreDetails

পুঠিমাৰী মহাবিদ্যালত এ বি ভি পি-এন এছ য়ু আই সমৰ্থকৰ তাণ্ডৱ; অপদস্থ শিক্ষক-শিক্ষয়িত্ৰী

পুঠিমাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি আজি মহাবিদ্যালয়খনত এ বি ভি পি আৰু এন এছ য়ু আইৰ...

Read moreDetails

প্ৰতিবন্ধীৰ হাত-ভৰি ভাঙি কি কৰিব খুজিছে সোণোৱাল চৰকাৰে?

খোদ ৰাজধানী দিচপুৰত জনপ্ৰতিনিধিৰ আৱাসৰ সমীপতে শুকুৰবাৰে প্ৰতিবাদী প্ৰতিবন্ধীৰ ওপৰত বৰ্বৰ আক্ৰমণেৰে অসম আৰক্ষীয়ে ভয়ংকৰভাৱে উলংঘা কৰিছে মানৱ অধিকাৰ। প্ৰতিবন্ধী...

Read moreDetails
Page 4978 of 5271 1 4,977 4,978 4,979 5,271

Stay Connected

Recent News