• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাদ্ৰাছা বন্ধৰ ষড়যন্ত্ৰ কৰিছে অসম চৰকাৰে: ছাত্ৰ সন্থা

কংগ্ৰেছ চৰকাৰৰ আমোলত ২০১৫ চনৰ জানুৱাৰিত শিক্ষা বিভাগে ৰাজ্যৰ প্ৰাদেশীকৃত মাদ্ৰাছাসমূহৰ বাবে নিয়োগৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতো আজি পৰ্য্যন্ত কাৰ্য্যকৰী নহ’ল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 7, 2018 10:05 pm
madrasa-story

প্ৰতিনিধিত্বমূলক ছবি। ইণ্ডিয়া টুদে’ৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মাদ্ৰাছাৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান নকৰি ৰাজ্যৰ বিজেপি চৰকাৰে এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ ‘ষড়যন্ত্ৰ’ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাই।

‘‘চৰকাৰে মাদ্ৰাছাসমূহ বন্ধ কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত মাদ্ৰাছাৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে দাবী জনাই আহিছো যদিও আমাক প্ৰতাৰণা কৰি আহিছে,‘’ দেওবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এক সংবাদমেলত এই অভিযোগ সন্থাৰ সভাপতি ওৱাহিদ্দুৰ জামানৰ।

Apply Now

ৰাজ্যৰ ৭০৭ খন মাদ্ৰাছাত ২০ বছৰ ধৰি খালী পদসমূহ কোনো নিযুক্তি নোহোৱা বুলি সদৰী কৰি শিক্ষকৰ অভাৱত মাদ্ৰাছাসমূহ ‘বন্ধ হোৱাৰ উপক্ৰম হৈছে’ বুলিও সন্থাই ক্ষোভ প্ৰকাশ কৰে।

“কোনো মাদ্ৰাছাত ৫ শতাধিক ছাত্ৰ-ছাত্ৰী থাকিলেও তাৰ বিপৰীতে আছে মাত্ৰ ২ বা ৩ জন শিক্ষক। গতিকে শিক্ষাৰ ক্ষেত্ৰত মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতি আমাৰ পৰিলক্ষিত হোৱা নাই,” জামানৰ দাবী।

কংগ্ৰেছ চৰকাৰৰ আমোলত ২০১৫ চনৰ জানুৱাৰিত শিক্ষা বিভাগে ৰাজ্যৰ প্ৰাদেশীকৃত মাদ্ৰাছাসমূহৰ বাবে নিয়োগৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতো আজি পৰ্য্যন্ত ই কাৰ্য্যকৰী নহ’ল বুলিও সন্থাৰ সভাপতিজনে অভিযোগ কৰিছে।

আনহাতে শিক্ষকৰ প্ৰয়োজনীয়তা থকাৰ পিছতো মাদ্ৰাছা টেট উত্তীৰ্ণ ৰাজ্যৰ কেইবা হাজাৰ নিবনুৱাক চৰকাৰে নিযুক্তি দিয়া নাই বুলি অভিযোগ কৰে সন্থাৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে।

হুছেইনে কয়, “মাদ্ৰাছা টেট উত্তীৰ্ণক সংস্থাপন দিম বুলি চৰকাৰে আশা দি আহিছিল যদিও সেয়া নিৰাশাৰ পথত গতি কৰিছে।’‘

Madrassa
মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

নবেম্বৰৰ ভিতৰত মাদ্ৰাছাসমূহত শিক্ষক নিযুক্তিৰ লগতে অন্যান্য সমস্যাসমূহ সমাধান নকৰিলে পৰৱৰ্তী পৰ্য্যায়ত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৱে।

মাদ্ৰাছা বিশ্ববিদ্যালয় স্থাপন, অপ্ৰাদেশীকৃত মাদ্ৰাছাসমূহ প্ৰাদেশীকৰণ কৰা আৰু মাদ্ৰাছা ব’ৰ্ডত এগৰাকী স্থায়ী সঞ্চালকক নিযুক্তি দিয়াৰো দাবী জনাইছে সংগঠনটোৱে।

ইফালে ছাত্ৰ সন্থাৰ অভিযোগসমূহৰ বিষয়ে অৱগত বুলি উল্লেখ কৰি মাদ্ৰাছা বন্ধৰ পৰিৱৰ্তে সমস্যাসমূহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা আয়ুক্ত সচিব প্ৰীতম শইকীয়াই।

“মই ঠিক কেনেকুৱা কি ব্যৱস্থা ল’ম সেইটো ক’ব নোৱাৰিম। কিন্তু কথাটো নোহোৱা নহয়, মই স্মাৰক পত্ৰ ইতিমধ্যে লাভ কৰিছো,” নৰ্থ ইষ্ট নাও-ক জনালে শইকীয়াই।

শইকীয়াই লগতে কয়, “নিশ্চয়কৈ আমি কিবা এটা কৰিব লাগিব। কিন্তু কেনেধৰণৰ পদক্ষেপ লোৱা হ’ব সেয়া ২-৩ দিনৰ পাছতহে আপোনাক ক’ব পাৰিম। শিক্ষা মন্ত্ৰীও কথাটো অৱগত। নিশ্চয় কিবা ব্যৱস্থা লোৱা হ’ব এইক্ষেত্ৰত।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd