শীর্ষ সংবাদ

শোণিতপুৰত ভূমি অধিগ্ৰহণৰ নামত ফৰলেন কৰ্তৃপক্ষৰ প্ৰৱঞ্চনাঃ ৭ মে’ত নিজ ভূমি দখল কৰিব ৰাইজে

ফৰলেন কৰ্তৃপক্ষই ভূমি অধিগ্ৰহণৰ  নামত অবিভক্ত শোণিতপুৰ জিলাৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰাৰ প্ৰতিবাদত  শোণিতপুৰৰ ফৰলেন নিৰ্মাণত বাধা প্ৰদান কৰাৰ সিদ্ধান্ত...

Read moreDetails

ডকাইতক তিনিদিনৰ যোৰহাট আৰক্ষীৰ জিম্মালৈ, আৰক্ষীক জে’ললৈ পঠিয়ালে আদালতে

যোৰহাটৰ এখন নিম্ন আদালতে বুধবাৰে দুৰ্ধৰ্ষ ডকাইত বাবুল লাহন, মিঠু বৰা আৰু মনোজ দত্তক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। লাহন...

Read moreDetails

ডিগবৈ তৈলক্ষেত্ৰক পৰ্যটনস্থলী ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা অইল ইণ্ডিয়াৰ

ঐতিহাসিক ডিগবৈ তৈল ক্ষেত্ৰক তৈল পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছে অইল ইণ্ডিয়া লিমিটেডে। মঙলবাৰে অইলৰ পূৰ্বাঞ্চলীয় সম্পদৰ ডিগবৈ...

Read moreDetails

আমেৰিকাতো ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক স্মৰণ : গুৱাহাটীত মুম্বাইৰ সাহিত্য সভাৰ আহ্বায়কক সম্বৰ্ধনা

সুদুৰ আমেৰিকাত থাকিও অসমীয়া ভাষা সাহিত্যক চহী কৰি থৈ যোৱা মণিষী সকলক পাহৰি যোৱা নাই একাংশ অসমীয়াই ৷ তাৰেই এক...

Read moreDetails

প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ ঘনিষ্ঠ ব্যৱসায়ী চৈয়দ আহমেদক ভিজিলেন্সৰ জেৰা

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী তথা আয়ৰ সামঞ্জস্যহীন সম্পত্তি সংক্ৰান্তীয় অভিযোগৰ তদন্ত চলাই থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাই বুধবাৰে...

Read moreDetails

বেঁকী নৈত গা ধুবলৈ গৈ সন্ধানহীন সৰভোগৰ এজন লোক

বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত কেতেকীবাৰী গাঁৱৰ জন্মিজয় দাস নামৰ ৫২ বছৰীয়া  লোক এজন বুধবাৰে বেঁকী নদীত গা ধুবলৈ গৈ...

Read moreDetails

কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড

কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াৰ ব্যৱসায়িক এলেকাত অৱস্থিত এখন লাইন হোটেলত বুধবাৰে সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। এখন বন্ধ হোটেলৰ ৰান্ধনি গৃহত...

Read moreDetails

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল বিশ্বনাথৰ নৃত্য শিল্পীৰ দল

পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কল্পতৰু ফেষ্টিভেল -২০১৮ ত শ্ৰেষ্ঠতা প্ৰদৰ্শনেৰে অসমলৈ  গৌৰব কঢ়িয়াই আনিলে বিশ্বনাথৰ নৃত্যাঞ্জলী কলা নিকেতনৰ শিক্ষাৰ্থীসকলে। ৰাষ্ট্ৰীয় কল্পতৰু...

Read moreDetails

ঐতিহ্য ক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে আছু-যুৱ-ছাত্ৰৰ প্ৰতিবাদ

কাজিৰঙাকে ধৰি অসমৰ ঐতিহ্যক্ষেত্ৰ কাৰেংঘৰ, শিৱদ’লক ভাৰত চৰকাৰে চোৱা চিতাৰ কৰাৰ দায়িত্ব জে টি আই গ্ৰুপ আৰু জাংগল ট্রেডার্চ ইণ্ডিয়াক...

Read moreDetails

আচৰিত নহ’ব! ক্ষমতাই শেষ কথা, মিত্ৰজোঁট গঠন ‘কংগ্ৰেছ-বিজেপি’ৰ

ৰাজনীতিত বোলে নাই কোনো স্থায়ী শত্ৰু বা মিত্ৰ। মিজোৰামত তাকেই প্ৰমাণ হ’ল। চাকমা স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে মিজোৰামত মিত্ৰজোঁট গঠন...

Read moreDetails
Page 5077 of 5211 1 5,076 5,077 5,078 5,211

Stay Connected

Recent News