• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোণিতপুৰত ভূমি অধিগ্ৰহণৰ নামত ফৰলেন কৰ্তৃপক্ষৰ প্ৰৱঞ্চনাঃ ৭ মে’ত নিজ ভূমি দখল কৰিব ৰাইজে

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , May 3, 2018 12:18 pm

1 min read

aaaaa
89
VIEWS
Share on FacebookShare on Twitter

ফৰলেন কৰ্তৃপক্ষই ভূমি অধিগ্ৰহণৰ  নামত অবিভক্ত শোণিতপুৰ জিলাৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰাৰ প্ৰতিবাদত  শোণিতপুৰৰ ফৰলেন নিৰ্মাণত বাধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সুৰক্ষা ঐক্য মঞ্চ শোণিতপুৰ, বিশ্বনাথ জিলা সমিতিয়ে ।

অলপতে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে ঘাইপথ ক্ষতিগ্ৰস্ত ঐক্যমঞ্চই।

ফৰলেন  কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ  প্ৰতিবাদত ইতিপূৰ্বে ফৰলেন কৰ্তৃপই অধিগ্ৰহণ কৰা মাটি ক্ষতিগ্ৰস্ত লোকসকলে অহা ৭ মে’ত মাটি দখল কৰিব বুলি প্ৰকাশ কৰিছিল।

জামুগুৰিহাটৰ পৰা গহপুৰলৈ সকলো চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম বন্ধ কৰাৰ কথাও তেওঁলোকে সংবাদ মেলযোগে সদৰী কৰে।

মঞ্চৰ নেতৃবৃন্দই সংবাদমেলত প্ৰকাশ কৰা মতে ভূমি অধিগ্ৰণৰ সময়ত অতি সামান্য  ক্ষতিপূৰণ দি দায়িত্ব সামৰিছে ফৰলেন কৰ্তৃপক্ষই। ডিব্ৰুগড় জিলাত যথেষ্ট ক্ষতিপূৰণ দিয়া ফৰলেন কৰ্তৃপক্ষই অবিভক্ত শোণিতপুৰ জিলাত ৰাইজক চূড়ান্তভাৱে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত মঞ্চৰ আন্দোলন ক্ষতিপূৰণ আদায় নোপোৱা পৰ্যন্ত অব্যাহত থাকিব বুলি জানিবলৈ দিছে।

সম্প্ৰতি এই বিষয়টোক লৈ অঞ্লটোৰ লোকসকলে গ্ৰহণ কৰা স্থিতিৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ফৰলেন কৰ্তৃপক্ষ কিম্বা প্ৰশাসনে।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd