শীর্ষ সংবাদ

আছিয়ান দেশসমূহলৈ গুৱাহাটীৰ পৰা প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিবলৈ এয়াৰ এছিয়াক আহ্বান মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ পৰৱৰ্তী কাৰ্য ৰূপায়নৰ অংশ হিচাপে আজি দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ...

Read more

এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এনপিএফৰ অভিযোগ দাখিল

এনপিএফে সোমবাৰে এনডিপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ আনি গোচৰ দাখিল কৰিছে। নিৰ্বাচন...

Read more

নিয়কুম য়ুল’উ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিয়কুম য়ুল’উ উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক, বিশেষকৈ নিয়িশিসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। নিয়কুম য়ুল’উ উৎসৱ ৰাজ্যখনৰ নিয়িশি সম্প্ৰদায়ৰ...

Read more

অসমৰ লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া গ্ৰন্থৰ পটভূমি বিটিএডি

বিশিষ্ট ভাৰতীয় ইংৰাজী লেখিকা পৰিস্মিতা সিঙৰ শেহতীয়া চুটি গল্পৰ সংকলন ‘’পীচ হেছ কাম’’ত অসমৰ সন্ত্ৰাস অধ্যুষিত বিটিএডি অঞ্চলত বাস কৰা...

Read more

অনিল ৰাজাক দলৰ পৰা বহিষ্কাৰ অসম প্ৰদেশ কংগ্ৰেছৰ : দিয়া নাছিল কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ

অনিল ৰাজাক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে। দলে ৰাজালৈ জাৰি কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ নিদিয়াৰ বাবেই তেওঁক আজি...

Read more

দৰঙত বজ্ৰপাতত ২০ বছৰীয়া মহিলাৰ মৃত্যু, দুটি শিশুকে ধৰি আহত ৩ জন

দৰং জিলাৰ দলগাওঁ ৰাজহ চক্ৰৰ অধীনৰ শ্যামপুৰ আৰু বৰইপাৰা গাঁৱত সোমবাৰে ৰাতিপুৱা সংঘটিত হোৱা বজ্ৰপাতত ২ নং শ্যামপুৰ গাঁৱৰ চৈয়দা...

Read more

বিয়াত বহিবলৈ জোৰ কৰা বাবে মাক-দেউতাকৰ বিৰুদ্ধে কাছাৰৰ নৱম শ্ৰেণীৰ ছাত্ৰীয়ে তৰিলে গোচৰ

জোৰ কৰি বিয়া দিব খোজা মাক-দেউতাকৰ বিৰুদ্ধে গোচৰ তৰিলে কাছাৰ জিলাৰ ১৫ বছৰীয়া ছোৱালী এজনীয়ে। সহপাঠী এগৰাকী ছাত্ৰীৰ পৰামৰ্শ অনুসৰি...

Read more

বিজেপি আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰে দুই পিঠি বুলি মন্তৱ্য কৰিছে বদৰুদ্দিন আজমলে

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইইউডিএফ)ৰ মুৰব্বী বদৰুদ্দিন আজমলে মন্তৱ্য কৰিছে যে হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ স্থিতি ‘’একেটা...

Read more

অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা বৰপেটা সত্ৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব দৌল মহোৎসৱ

অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈকে পাঁচদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। প্ৰচাৰ, সাংস্কৃতিক বিভাগ,...

Read more

গ্রীন অস্কাৰ বিজয়ী পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়াবাসীৰ সম্বৰ্ধনা

হাড়গিলা সংৰক্ষণৰ পদক্ষেপৰ জৰিয়তে গ্ৰীন অস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়া গাঁওবাসীয়ে তেওঁৰ কৃতিত্বৰ বাবে ৰাজহুৱা...

Read more
Page 5135 of 5185 1 5,134 5,135 5,136 5,185

Recent News