শীর্ষ সংবাদ

নিৰ্বাচন নালাগে, আগে কেন্দ্ৰীয় চৰকাৰে নাগা চুক্তি চূড়ান্ত কৰকঃ ২৩ জানুৱাৰিত ক’হিমাত নাগা ছাত্ৰ ফেডাৰে’শ্বনৰ ৰাজহুৱা সভা

নাগা ছাত্ৰ ফেডাৰে’শ্বনে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে অহা ২৩ জানুৱাৰিত ইয়াৰ প্ৰস্তাৱিত জনসমাৱেশ অনুষ্ঠিত কৰিব। ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত...

Read moreDetails

চি বি আইৰ বিচাৰপতি বি. এইছ. লয়াৰ মৃত্যু ৰহস্যৰ আৱৰ্ততঃ ৰিপুন বৰা

২০১৪ চনত সংঘটিত এটা মৃত্যুকাণ্ডক লৈ আজি অসম কংগ্ৰেছ সৰৱ হোৱা পৰিলক্ষিত হৈছে।  ৰেলত গৈ থকা অৱস্থাত চি বি আই...

Read moreDetails

কোকৰাঝাৰত ২৩ জানুৱাৰিত বাথৌ দিৱস উদযাপনৰ ব্যাপক আয়োজন

কোকৰাঝাৰৰ বাথৌ পৰম্পৰাগত আৰু সাংস্কৃতিক কেন্দ্ৰই ‘গ্বথৰ বাথৌ চান’ বা বাথৌ দিৱস আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। অনুষ্ঠানটো দিনজোৰা কাৰ্য্যসূচীৰে অহা...

Read moreDetails

বৰপেটা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত সহস্ৰাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ

‘ভাল দিন’ আৰু ‘পৰিৱৰ্তন’ অনাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ গাদীত বহা বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত আজি দেশজুৰি...

Read moreDetails

মেঘালয়ৰ প্ৰদেশ নিৰ্বাচন কমিটিয়ে অহা সপ্তাহত কংগ্ৰেছৰ টিকট প্ৰত্যাশীসকলৰ প্ৰাৰ্থিত্ব পৰীক্ষা কৰিব

মেঘালয়ৰ শাসকীয় কংগ্ৰেছ দলৰ প্ৰদেশ নিৰ্বাচন কমিটিয়ে অহা সপ্তাহত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰৰ্থিত্ব প্ৰত্যাশীসকলৰ প্ৰাৰ্থিত্বসমূহ পৰীক্ষা কৰিব। নিৰ্বাচন আয়োগে...

Read moreDetails

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কথমপি প্ৰাণৰক্ষাঃ উৰন্ত এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিং আৰু তেওঁৰ সহযোগীকে ধৰি প্ৰায় ১৬০ জন যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমান...

Read moreDetails

জিঅ’ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছে অসমৰ তাজদাৰ জুনেইদ

অসমৰ সন্তান গীতিকাৰ, সুৰকাৰ আৰু প্ৰযোজক তাজদাৰ জুনেইদ শ্ৰেষ্ঠ আবহ সংগীতৰ বাবে  জিঅ’ ফিল্মফেয়াৰ বঁটালৈ মনোনীত হৈছে। আদিল হুছেইন অভিনীত...

Read moreDetails

মেঘালয়ত বিজেপিয়ে নিৰ্বাচনোত্তৰ মিত্ৰতা কৰিব : হিমন্ত বিশ্ব শৰ্মা

অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে বিজেপিয়ে মেঘালয়ত উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা (নেডা)ৰ মিত্ৰ দলসমূহৰ লগত নিৰ্বাচনোত্তৰ মিত্ৰতা...

Read moreDetails

২১ জানুৱাৰিত ডিব্ৰুগড়ত নাগৰিকত্ব আইন সংশোধনবিৰোধী সভাঃ থাকিব অজিত ভূঞা, নগেন শইকীয়া

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে বিজেপিক আজি তীব্ৰভাৱে সমালোচনা কৰে। আজি ডিব্ৰুগড় প্ৰেছ...

Read moreDetails

মলাশয়ত সোণঃ গুৱাহাটীৰ পিছত যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আটক চোৰাং সোণ সৰবৰাহকাৰী

যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আজি পৱন চৌহান আৰু সুৰেন্দ্ৰ সিং নামৰ দুজন ব্যক্তিক সোণৰ চোৰাং সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।...

Read moreDetails
Page 5242 of 5251 1 5,241 5,242 5,243 5,251

Stay Connected

Recent News