শীর্ষ সংবাদ

১৪ সংখ্যক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল যোৰহাট টাউন ক্লাবৰ

১৪ সংখ্যক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি ডিব্ৰুগড় প’ল' গ্ৰাউণ্ডত হোৱা  চূড়ান্ত খেলখনত যোৰহাট টাউন ক্লাবে বি ডিভিজন...

Read moreDetails

গুৱাহাটীৰ এপল’ চিকিৎসালয়ত অসমৰ প্ৰথমটো একক দাতাৰ প্লেটিলেট সংগ্ৰহ্কাৰী অত্যাধুনিক যন্ত্ৰৰ সেৱা মুকলি

কেন্সাৰ, পুৰণি ৰোগ, ডেংগি আৰু যন্ত্ৰণাপূৰ্ণ আঘাতৰ সৈতে যুঁজা আৰু বাচি থকাৰ ক্ষেত্ৰত ৰোগীক প্লেটিলেট দান অতি গুৰুত্বপূৰ্ণ । এই...

Read moreDetails

মেৰামতিৰ বাবে আজি ৩ ঘণ্টা সময় বন্ধ থাকিব শৰাইঘাট দলং

ৰেইল বিভাগে পুৰণি শৰাইঘাটৰ দলং মেৰামতিৰ বাবে আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ দলঙখনেৰে যাতায়াত বন্ধ ৰখাৰ সিদ্ধান্ত...

Read moreDetails

গুৱাহাটীত ৰাজহ চোৰাংচোৱাৰ অভিযানত ১৪ কেজি সোণ জব্দ

গুৱাহাটীত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱাৰ বিষয়াই অভিযান চলাই বৃহস্পতিবাৰে বৃহৎ পৰিমানৰ সোণ জব্দ কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰৰ বামুনীমৈদামৰ পৰা কেন্দ্ৰীয় ৰাজহ...

Read moreDetails

গধূলি মহানগৰীৰ ভঙাগড়ত বিলাসী গাড়ীৰ আইনা ভাঙি ম’বাইল চুৰি

আজি গধূলি গুৱাহাটীৰ ভঙাগড় ফ্লাই অ'ভাৰৰ সমীপৰ পানী টেংকীৰ কাষত ৰখাই থোৱা এখন বিলাসী লেণ্ড ৰ'ভাৰৰ আইনা ভাঙি এটা ম'বাইল...

Read moreDetails

ম্যানমাৰত ৰয়্টাৰৰ সাংবাদিক আটকৰ প্ৰতিবাদ মাৰ্কিন দূতাৱাসৰ

মিজিমা নিউজৰ প্ৰতিবেদন অনুসৰি ম্যানমাৰৰ বিভাগীয় গোপনীয়তা আইনৰ অধীনত ৰয়টাৰৰ দুজন সাংবাদিকক আটক কৰি ৰখা ঘটনা সন্দৰ্ভত য়েংগনৰ মাৰ্কিন দূতাবাসে...

Read moreDetails

টি জি বৰুৱা সোঁৱৰণী মিডিয়া টি-২০ প্ৰতিযোগিতাৰ বঁটা বিতৰণ মুখ্য মন্ত্ৰী সোণোৱালৰ

খেলক জীৱনৰ এক ধৰণ হিচাপে ল’বলৈ যুৱক-যুৱতীসকলক জনাই আজি গুৱাহাটীৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্প’ৰ্টছ মেদিচিনৰ যথোচিত প্ৰসাৰৰ ওপৰত...

Read moreDetails

ধূলাৰ পৰিস্থিতি স্বাভাৱিক : আক্ৰান্ত পৰিয়ালৰ গৃহ পৰিদৰ্শন কৰিলে কেবিনেট মন্ত্ৰীয়ে

দৰং জিলাৰ ধূলাৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে। বৰ্তমানলৈ কোনো নতুন হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই। বুধবাৰৰ...

Read moreDetails

ৰাজ্যৰ কাঁহ-পিতল শিল্পৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কাঁহ-পিতল শিল্পক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে উদ্যোগ আৰু ক্ষুদ্ৰ, লঘু আৰু...

Read moreDetails

ৰাজনৈতিক হেঁচাৰ বাবেই গ্ৰন্থ উৎসৱ স্থলীৰ পৰা আঁতৰিল অমল মেধিৰ কাৰ্টুন

বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ অম্বিকাগিৰী ক্ষেত্ৰত ছয় জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱত কাৰ্টুনৰ জৰিয়তে গ্ৰন্থপ্ৰেমীক...

Read moreDetails
Page 5245 of 5250 1 5,244 5,245 5,246 5,250

Stay Connected

Recent News