• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৪ সংখ্যক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল যোৰহাট টাউন ক্লাবৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 12, 2018 6:35 pm
কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবলৰ খিতাপ দখল বিজয়ী যোৰহাট টাউন ক্লাব

কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবলৰ খিতাপ দখল বিজয়ী যোৰহাট টাউন ক্লাব

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪ সংখ্যক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি ডিব্ৰুগড় প’ল’ গ্ৰাউণ্ডত হোৱা  চূড়ান্ত খেলখনত যোৰহাট টাউন ক্লাবে বি ডিভিজন একাদশ ডিব্ৰুগড় ফুটবল ক্লাবক ১-০ গ’লত পৰাজিত কৰে। প্ৰতিযোগিতাখনৰ আয়োজক আছিল নৱম ৰাজপুতনা ৰাইফলচ। যোৰহাট টাউন ক্লাবৰ হৈ খেলখনৰ ৫৬ মিনিটত একমাত্ৰ গ’লটো দিয়ে দীপাংকৰ মুছাহাৰীয়ে।

প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ১৬ টা দলে অংশ গ্ৰহণ কৰিছিল। ডিব্ৰুগড় ফুটবল ক্লাবৰ অৰ্জুন কৰ্মকাৰ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গ’লৰক্ষক ঘোষিত হোৱাৰ বিপৰীতে যোৰহাট টাউন ক্লাবৰ দীপাংকৰ মুছাহাৰীক শ্ৰেষ্ঠ খেলুৱৈৰূপে ঘোষণা কৰা হয়। বিজয়ী দলক এটা ট্ৰফী আৰু ৭৫ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰা হয়।

Apply Now

উল্লেখযোগ্য যে পল’ গ্ৰাউণ্ডত এয়ে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল।

খেলখনত উপস্থিত থাকি দিয়া ভাষণত দাও ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল গজেন্দ্ৰ সিঙে অসমৰ যুৱ প্ৰজন্মক কেপ্টেইন জিন্তু গগৈক আদৰ্শ হিচাপে ল’বলৈ আৰু দেশৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়। গজেন্দ্ৰ সিঙে অভূতপূৰ্ব সঁহাৰিৰে প্ৰতিযোগিতাখনক বৃহৎভাৱে সফল কৰি তোলাৰ বাবে উপস্থিত দৰ্শকক ধন্যবাদ জ্ঞাপন কৰে।

কেপ্টেইন জিন্তু গগৈৰ দেউতাক প্ৰাক্তন ফ্লাইং অফিচাৰ টি আৰ গগৈ আৰু নৱম ৰাজপুতনা ৰাইফলচৰ কমাণ্ডিং অফিচাৰ কৰ্নেল মুকেশ পাণ্ডেও অনুষ্ঠানটোত উপস্থিত আছিল।

শত্ৰুৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত দেখুওৱা বীৰত্ব আৰু সাহসৰ বাবে জিন্তু গগৈক মৰণোত্তৰভাৱে বীৰচক্ৰ সন্মান প্ৰদান কৰা হৈছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd