শীর্ষ সংবাদ

চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ, অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ এখন স্থায়ী সমিতিয়ে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক লগ কৰে। সমিতিখনৰ অধ্যক্ষ তথা লোকসভা...

Read moreDetails

খচৰা নাগা চুক্তিৰ ব্যাপক প্ৰতিবাদ হাফলঙত, আৰ এছ এছ নেতাক গ্ৰেপ্তাৰৰ দাবী

আৰএছএছ নেতা জগদম্বা মালে প্ৰকাশ কৰা খচৰা নাগা চুক্তিক লৈ উত্তপ্ত হৈ পৰিছে ডিমা হাচাও জিলা। খচৰা চুক্তিৰ প্ৰতিবাদত ডিমা...

Read moreDetails

কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে বশিষ্ঠ থানাত অখিল গগৈৰ এজাহাৰ দাখিল

কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে  আজি মহানগৰীৰ বশিষ্ঠ থানাত অখিল গগৈয়ে এখন এজাহাৰ দাখিল কৰে। কোনো নাম উল্লেখ নকৰাকৈ গগৈয়ে বিত্ত, পৰিবহন...

Read moreDetails

দলৰ বিদ্ৰোহী বিধায়কক ঘুৰাই অনাৰ প্ৰচেষ্টা ব্যৰ্থ মেঘালয় কংগ্ৰেছৰ

বিদ্ৰোহী বিধায়কসকলক দললৈ ঘুৰাই অনাৰ বাবে নতুনকৈ নিযুক্তি পোৱা সভাপতি ভিনচেন্ট পালাৰ নেতৃত্বৰ মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটি ব্যৰ্থ হৈছে। অহা...

Read moreDetails

মণিপুৰত হেণ্ড গ্ৰেণেড বিস্ফোৰণ: নিহত দুটি শিশু

মণিপুৰৰ ইম্ফল ইষ্ট জিলাত দেওবাৰে সংঘটিত এক হেণ্ড গ্ৰেণেড বিস্ফোৰণত দুজন অবুজ কিশোৰ নিহত হোৱাৰ লগতে আন এজন কিশোৰ গুৰুতৰভাৱে...

Read moreDetails

মাহজোৰা বাজেট অধিৱেশনৰ বাবে সাজু দিচপুৰ

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে সাজু হৈ উঠিছে দিচপুৰ। বিধানসভা সচিবালয়ে এইক্ষেত্ৰত কাৰ্যসূচী প্ৰায়...

Read moreDetails

উত্তৰ-পূৰ্বাঞ্চলৰ দুখন খ্ৰীষ্টান অধ্যুষিত ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে মোহন ভাগৱতে দোহাৰিলে-ভাৰত এখন হিন্দু ৰাষ্ট্ৰ

অহা ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ দুখন খ্ৰীষ্টান অধ্যুষিত ৰাজ্যত বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে...

Read moreDetails

অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নভ’টেল গুৱাহাটীত বিহু উদযাপন

শনিবাৰে সন্ধিয়া নভ’টেল গুৱাহাটীৰ আছুতীয়া গৃহত আয়োজন কৰা হয় এক আকৰ্ষণীয় বিহু অনুষ্ঠানৰ। এই বিহু অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল...

Read moreDetails

নৰ্থ ইষ্ট নাওৰ আছুতীয়া | অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষই অসমৰ বুলি লগালে ইউ এছ ভাৰ্জিন আইল্যাণ্ড আৰু মুন্নাৰ চাহ বাগিচাৰ ফটো

অসম পৰ্যটন উন্নয়ন নিগমৰ (এটিডিচি) অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই কেৰিৱিয়ান সাগৰৰ ইউ এছ ভাৰ্জিন আইল্যাণ্ডৰ চেন্ট থমাচ আইল্যাণ্ডৰ ফটো ডিমা হাচাওৰ...

Read moreDetails

কাইলৈ গুৱাহাটীত ‘অসমত আৰ এছ এছৰ সৰ্ববৃ্হৎ’ সমাৱেশ সম্বোধন কৰিব মুৰব্বী মোহন ভাগৱতে

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে কাইলৈ গুৱাহাটীত ৫০০০০ স্বয়ংসেৱকৰ এক সমাৱেশ সম্বোধন কৰিব। উত্তৰ-পূৰ্বাঞ্চলত এইখনেই এইপৰ্য্যন্ত হিন্দুত্ববাদী সংগঠনটোৰ সৰ্ববৃ্হৎ...

Read moreDetails
Page 6042 of 6052 1 … 6,041 6,042 6,043 … 6,052

Stay Connected

Recent News