শীর্ষ সংবাদ

এজাক বৰষুণতে আকৌ ডুবিল যোৰাবাট : ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা

দেওবাৰে হোৱা এজাক প্ৰচণ্ড বৰষুণৰ পিছত যোৰাবাটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ কৃত্ৰিম বানপানীৰ ফলত ডুব যায়। বৰষুণৰ পিছত...

Read moreDetails

দাৰ্জিলিঙত বৃষ্টিপাত আৰু ভূমিস্খলন : কমেও ৭ জন লোকৰ মৃত্যু

পশ্চিম বংগৰ দাৰ্জিলিঙত হৈছে ভয়ংকৰ ভূমিস্খলন। এই ভূমিস্খলনত কমেও ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দাৰ্জিলিঙৰ অতিৰিক্ত...

Read moreDetails

‘শান্তি আৰু ঐক্য বজাই ৰাখক’- সোনম ৱাংচুকৰ জেলৰ পৰাই অহিংসাৰ বাৰ্তা

লাডাখত হোৱা ‘গণ প্ৰতিবাদ’ত উচটনি দিয়াৰ অভিযোগত সমাজ কৰ্মী সোণম ৱাংচুকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ...

Read moreDetails

নেপালত প্ৰচণ্ড বৰষুণ, ভূমিস্খলন আৰু বজ্ৰপাত : ১৯ জন লোকৰ মৃত্যু হয়

নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি নেপালত ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ, ভূমিস্খলন, আৰু বজ্ৰপাতৰ ফলত কমেও ১৯ জন লোকৰ মৃত্যু...

Read moreDetails

বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ: চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল ২২.৭ লাখ মহিলা ভোটাৰ

বিহাৰত হোৱা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত ৰাজ্যখনৰ ২২.৭ লাখ মহিলা ভোটাৰৰ নাম আঁতৰোৱা হৈছে। ইয়াৰ ফলত বছৰৰ শেষৰ ফালে বিহাৰত...

Read moreDetails

ফুটবলৰ ২০ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ পৰা লজ্জাজনক বিদায় ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ

চিলিত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ বিশ্বকাপত ব্ৰাজিলে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰেমন মেনেজেছৰ নেতৃত্বত ৫ বাৰৰ প্ৰাক্তন চেম্পিয়ন ব্ৰাজিলৰ...

Read moreDetails

কেন্সাৰ নিৰাময়ৰ বাবে মূত্ৰাশয়ৰ অস্ত্ৰোপচাৰ; চেতনা ঘূৰি অহাৰ পিছত ব্যক্তিয়ে দেখিলে লিংগ আৰু অণ্ডকোষ নাই!

মূত্ৰাশয়ৰ কৰ্কট ৰোগত চিকিৎসাধীন হৈ থকা অৱস্থাত এজন লোকে লিংগ আৰু অণ্ডকোষ হেৰুৱাই পেলায়। আমেৰিকাৰ টেক্সাছৰ হাৰ্চেল ৰালছ নামৰ এজন...

Read moreDetails

তিনি দিনতে ১৬০ কোটি টকা উপাৰ্জন ‘কান্তাৰা চেপ্টাৰ-১’ৰঃ ঋষভৰ অভিনয়ত পিছ পৰি ৰ’ল ছলমান, ৰামচৰণ

বক্স অফিচত খলকনি তুলিছে সদ্যমুক্তিপ্ৰাপ্ত কানাড়া ছবি ‘কান্তাৰা চেপ্টাৰ-১এ। দুটা দিনৰ অন্তত শনিবাৰে ঋষভ শ্বেট্টী অভিনীত ছবিখনে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে...

Read moreDetails

আদানীক নতুন তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি আৱণ্টনঃ NDA-ক সমালোচনা বিহাৰ কংগ্ৰেছৰ

কংগ্ৰেছ নেতা কানহায়া কুমাৰে শনিবাৰে (৪ অক্টোবৰ) নিৰ্বাচনমুখী বিহাৰৰ ভাগলপুৰ জিলাৰ পিৰপাইন্টিত নিৰ্মাণ হ’বলগীয়া তাপ বিদ্যুৎ কেন্দ্ৰৰ কথা উল্লেখ কৰি...

Read moreDetails

মধ্যপ্ৰদেশত কফ চিৰাপ সেৱন কৰি শিশুৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ চিকিৎসক

কফ চিৰাপ সেৱন কৰি বৃক্ক বিকল হোৱাৰ ফলত ১১টা শিশুৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে...

Read moreDetails
Page 641 of 5950 1 640 641 642 5,950

Stay Connected

Recent News