শীর্ষ সংবাদ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

অসমত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দিনে দিনে অধিক তীব্ৰ হৈ পৰিছে। ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধুবুৰীৰ পাছত মঙলবাৰে নিশা যোৰহাটত কঁপিল...

Read moreDetails

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

‘আপুনি আনক নিজৰ ধৰ্ম শিকাই’ - কিন্তু ‘চোৰে ধৰ্মীয় কাহিনী নুশুনে’। বিপৰীত বাটেৰে খোজ কাঢ়ি যাব। বিজেপি শাসিত দিল্লীৰ বৰ্তমান...

Read moreDetails

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

বুধবাৰে (১৭ ছেপ্টেম্বৰ, ২০২৫) দেশৰ উচ্চতম ন্যায়ালয়ে ২০০১ চনত হোটেল মালিক জয়া শ্বেট্টীৰ হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ‘ছোটা...

Read moreDetails

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

কৰ্ণাটকৰ ষ্টেট বেংক অৱ ইণ্ডিয়াত (কৰ্ণাটকত এছ বি আই শাখা ডকাইতি) ডকাইতি কাণ্ড সংঘটিত হৈছে।  মঙলবাৰে বিয়লি বিজয়পুৰৰ বেংকৰ শাখাত...

Read moreDetails

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

ভাৰতীয় কমিউনিষ্ট পাৰ্টি(মাওবাদী)য়ে এক বিবৃতিত ঘোষণা কৰে যে তেওঁলোকে সাময়িকভাৱে সশস্ত্ৰ অভিযান বন্ধ কৰিব। সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰক এমাহৰ বাবে যুদ্ধবিৰতিৰ...

Read moreDetails

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক চাটাই কৰাৰ সিদ্ধান্তক সমৰ্থন জনালে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। লগতে, এই নিযুক্তিৰ সময়ত...

Read moreDetails

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

আমেৰিকাত সোঁপন্থী কৰ্মী চাৰ্লি কাৰ্কক গুলীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত লোকজনৰ সন্দৰ্ভত এক গুৰুতৰ দাবী উত্থাপন হৈছে। জানিব পৰা মতে,...

Read moreDetails

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মঙলবাৰে দুটা মিডিয়া হাউচ আৰু কেইবাটাও ইউটিউব চেনেললৈ জাননী প্ৰেৰণ কৰি আদানী গ্ৰুপৰ কথা উল্লেখ...

Read moreDetails

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফোনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জন্মদিনৰ শুভেচ্ছা জনাইছে। ইয়াৰ মাজতে দুয়োগৰাকী নেতাৰ মাজত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভতো আলোচনা...

Read moreDetails

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

ক’লা হৈ পৰিছে ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ লালকিল্লা। এক অধ্যয়ন অনুসৰি লালকিল্লাৰ দেৱালত বায়ু প্ৰদূষণৰ বাবে "ক'লা তৰপ" গঢ় লৈ...

Read moreDetails
Page 786 of 6060 1 … 785 786 787 … 6,060

Stay Connected

Recent News