শীর্ষ সংবাদ

নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ পিছতো বাংলাদেশলৈ প্ৰেৰণ! পশ্চিম বংগ আৰক্ষীয়ে ঘূৰাই আনিলে ৪ জন ভাৰতীয় নাগৰিক

নাগৰিকত্বৰ প্ৰমাণ থাকা সত্ত্বেও অবৈধ বাংলাদেশী বুলি সন্দেহ কৰি মহাৰাষ্ট্ৰ আৰক্ষীয়ে পশ্চিম বংগৰ চাৰিজন লোকক আটক কৰি সীমান্ত সুৰক্ষা বাহিনী...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে ‘ফ্লাইঅভাৰৰ চিএম’ নাম দিছে : গৃহ বিভাগৰ স্বৰূপ উদঙালে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ বাবে দিয়া পুঁজিৰ...

Read moreDetails

সোমবাৰৰ পৰা ইউপিআই লেনদেন হ’ব আৰু অধিক সহজ! কি নতুন পৰিৱর্তন আনিলে চৰকাৰে?

ইউনিফাইড পেমেন্ট ইণ্টাৰফেচ (UPI) ব্যৱস্থাৰ জৰিয়তে লেনদেন এতিয়া আগৰ তুলনাত আৰু বেছি সহজ আৰু দ্ৰুত হ’ব। ৰাষ্ট্ৰীয় পেমেন্ট কৰ্পৰেশ্যন অৱ...

Read moreDetails

ইজৰাইল-ইৰাণৰ সংঘাতৰ বাবে তেহৰাণৰ পৰা কুমলৈ স্থানান্তৰিত কৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক

ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত তীব্ৰতৰ হোৱাৰ লগে লগে জম্মু-কাশ্মীৰৰ ১৫০০ৰো অধিক ভাৰতীয় ছাত্ৰক তেহৰাণৰ পৰা ১৪৮ কিলোমিটাৰ দূৰত্বৰ কুমলৈ...

Read moreDetails

সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাকলৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক তদন্তৰ নামত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া...

Read moreDetails

যৌতুক দিব নোৱাৰাৰ বাবেই যৌনাংগত ভৰাই দিলে গৰম লোহা : শহুৰেকৰ নিৰ্মম অত্যাচাৰত বোৱাৰীৰ মৃত্যু

বিয়াৰ ১০ বছৰৰ পাছতো যৌতুক দিব নোৱাৰাৰ বাবে স্বামী আৰু স্বামীৰ পিতৃৰ অত্যাচাৰ সহ্য কৰি অৱশেষত মৃত্যুক সাৱটি ল’লে এগৰাকী...

Read moreDetails

ভাৰত ২০২৭ চনত  অনুষ্ঠিত হ’ব লোকপিয়ল! অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই

কেন্দ্ৰ চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ২০২৭ চনত অনুষ্ঠিত হ’ব লোকপিয়ল, পৰিকল্পিত ২০২১ চনৰ লোকপিয়লৰ ছবছৰৰ পিছত ফলাফল প্ৰকাশ পাব,...

Read moreDetails

বঙাইগাঁও প্ৰশাসনে ২৭টা পৰিয়ালক উচ্ছেদ কৰিলে সৃজংগৰামৰ বেদখল কৰা সত্ৰৰ ভূমিৰ পৰা

সৃজনগ্ৰামৰ ৬ নং ভাণ্ডাৰাত অৱস্থিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ চৌহদৰ পৰা দুটা দশকৰো অধিক সময় ধৰি অবৈধভাৱে দখল...

Read moreDetails

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

দেওবাৰে কলিয়াবৰৰ জয়ন্তীপুৰ মৰিয়া গাঁৱৰ সমীপৰ কলং নদীৰ পাৰৰ পৰা স্থানীয় ৰাইজে উদ্ধাৰ কৰে এটা আঘাতপ্ৰাপ্ত হৰিণ। আঘাতৰ ফলত এটা...

Read moreDetails

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

সোমবাৰে পুৱা গোৱালপাৰা জিলা প্ৰশাসনে হাচিলা বিল অঞ্চলৰ প্ৰায় ১৫০০ বিঘা বেদখল কৰা চৰকাৰী ভূমি উদ্ধাৰ কৰিবলৈ ব্যাপক উচ্ছেদ অভিযান...

Read moreDetails
Page 901 of 5969 1 … 900 901 902 … 5,969

Stay Connected

Recent News