• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাষ্টিক বৰ্জন; জজ খেলপথাৰত মুখ্য মন্ত্ৰীয়ে অংশলোৱা অনুষ্ঠানত দেখা গ’ল কেটলি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2019 6:55 pm
Sarbananda Sonowal

জজ খেলপথাৰত অনুষ্ঠিত সভাত সৰ্বানন্দ সোণোৱাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে গুৱাহাটী মহানগৰীৰ জজ খেলপথাৰত ভলীবল কোচিং চেণ্টাৰত অনুষ্ঠিত হোৱা ‘স্বচ্ছ, সেউজ, সবল গাঁও’ অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত প্লাষ্টিকৰ বটলৰ পৰিবৰ্তে কেটলি আৰু মাটিৰ পিয়লা ব্যৱহাৰ কৰা দেখা গ’ল।

Apply Now

উল্লেখযোগ্য যে, চাহ কৰা বা পানী গৰম কৰাৰ বাবে গাঁও অঞ্চলত বহুল হাৰত ব্যৱহৃত হৈ অহা কেটলিৰ ব্যৱহাৰ বিগত কিছু বছৰৰ পৰা হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক মুক্ত দেশ হিচাপে গঢ়ি তোলা আহ্বানৰ প্ৰতি সহাৰি দি এতিয়া চৰকাৰী সভা-সমিতিৰ সময়ত প্লাষ্টিকৰ আচবাব ব্যৱহাৰৰ পৰিবৰ্তে মাটিৰ পাত্ৰ, আইনাৰ পাত্ৰ আদি ব্যৱহাৰ কৰা দৃশ্যগোচৰ হৈছে।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে মাই গভ আছামৰ স্বচ্ছ, সেউজ আৰু সৱল গাঁও অভিযান শুভাৰম্ভ কৰি ৰাজ্যখনৰ যুৱক-যুৱতীসকলক ক্ৰীড়াক অন্তকৰণেৰে লৈ পাৰিপাৰ্শ্বিকতা সংৰক্ষণত আগভাগ লোৱাৰ বাবে মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

তদুপৰি স্বচ্ছ ভাৰত অভিযানক জনসাধাৰণে গণ আন্দোলনলৈ ৰূপান্তৰ কৰিলে বুলি উল্লেখ কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিয়েই স্বাধীনতা দিৱসৰ প্ৰথমটো ভাষণতে স্বচ্ছ ভাৰতৰ দৰে মহৎ কাৰ্য্যসূচী ভাৰতবৰ্ষৰ জনগণৰ হাতত অৰ্পন কৰে বুলিও সোণোৱালে কয়।

মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বাপুজীৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এখন পৰিষ্কাৰ ৰাষ্ট্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী নিষ্ঠাৰে ভাৰতবৰ্ষৰ জনসাধাৰণক পালন কৰাৰ বাবে প্ৰধান মন্ত্ৰীয়ে আহ্বান জনাইছিল বুলিও সোণোৱালে উল্লেখ কৰে।

মাইগভ আছামে আৰম্ভ কৰা ক্লিন এণ্ড গ্ৰীণ ভিলেজ পদক্ষেপ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত সফলতাৰে সম্পন্ন হৈছে আৰু আজি শুভাৰম্ভ কৰা স্বচ্ছ, সেউজ আৰু সৱল গাঁও অভিযানৰ জৰিয়তে গাঁৱৰ উঠি অহা প্ৰজন্মক ভলীবল খেলৰ মাধ্যমেৰে সুস্থ হৈ থকাৰ বাবে উদগণি যোগোৱাৰ দিহা কৰা হৈছে।

প্ৰাৰম্ভিক ভাবে এই অভিযানৰ বাবে ১১৫ খন গাঁও বাছনি কৰা হৈছে। অ’ এন জি চিয়ে কোম্পানীৰ সামাজিক দায়বদ্ধতা কাৰ্য্যসূচীৰ জৰিয়তে এই গাঁও সমূহৰ প্ৰত্যেকলৈ নেট সহ ভলীবল, ১০০ খন মৰাপাটৰ বেগ আৰু ৫ টাকৈ বাঁহৰ ডাষ্টবিন প্ৰদানৰ ব্যৱস্থা কৰিছে যাতে চিংগল ইউজ প্লাষ্টিক এই ডাষ্টবিন সমূহত জমা কৰিব পৰা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd