• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই শিৱসাগৰত সক্ৰিয় গৰু চিণ্ডিকেট

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 26, 2019 8:39 am
20191026_053813

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ শিৱসাগৰত বৃদ্ধি পাব ধৰিছে গৰু চুৰি ঘটনা। আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই সক্ৰিয় হৈ উঠিছে গৰু চিণ্ডিকেট চক্ৰ। ইয়াৰে সুযোগ গ্ৰহণ কৰি শুকুৰবাৰে ৰাইজে জব্দ কৰা গৰু ভৰ্তি এখন ট্ৰাক ৰাইজৰ বেহু ভাঙি পলাই যাবলৈ সক্ষম হয়।

ঘটনা অনুসৰি দিচাংমুখৰ পৰা পৰা নগাঁৱলৈ এএছ ২১ ৯২৬৬ নম্বৰৰ এখন ট্ৰাকত ৩৮ টা গৰু চোৰাংভাৱে নি থকা অৱস্থাত পানবেচাৰ শিমলুতলত বিদ্যুতৰ তাঁৰ চিঙাত ৰাইজে গাড়ী সহ চালকক কৰায়ত্ত কৰে।

Apply Now

কোনো যাৱতীয় নথি পত্ৰ নোহোৱাকৈ গাড়ীখনত আনিছিল গৰু খিনি। গৰু সৰবাহৰ বাবে থাকিবলগীয়া লাইভ ষ্টক পাৰ্মিট নথকা ট্ৰাকখন জব্দ কৰি স্থানীয় ৰাইজে সাংবাদিক আৰু আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত সাংবাদিকৰ দল এটা উপস্থিত হয় যদিও ৰহস্যজনক কাৰণত উপস্থিত হোৱা নাছিল বিয়াগোম শিৱসাগৰ আৰক্ষী বিভাগৰ এজনো আৰক্ষী।

তেনে সময়তে বগা ৰঙৰ স্কৰপিঅ’ত অহা কেইজনমান যুৱকৰ সহায়ত ৰাইজৰ বেহু ভাঙি ট্ৰাকখন পলাই যায়।

ট্ৰাকৰ চালকে জনোৱা মতে গৰু খিনি নগাঁৱলৈ নিছিল যদিও গাড়ীখন নগাঁৱৰ পথৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ দিশে পলায়ন কৰা ঘটনাই প্ৰমাণ কৰিলে যে গৰু খিনি চোৰাংকৈ সৰবৰাহ কৰিছিল।

আনহাতে, ৰাইজৰ লগতে সাংবাদিকেও শিৱসাগৰ আৰক্ষীৰ উচ্চতম বিষয়াক ২০ বাৰৰো অধিক ফোন কৰি ঘটনাস্থলীলৈ আহিবলৈ অনুৰোধ জনাইছিল যদিও চোৰাং গৰু সহবৰাহকাৰী গাড়ী খন কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।

আৰক্ষীৰ এনে নিৰ্লিপ্ত ভুমিকাত গৰু চিণ্ডিকেট আৰু শিৱসাগৰ আৰক্ষীৰ গোপন মিতিৰালি আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বেতবাৰী, ঘিলাগুৰিত গাড়ীৰ ভিতৰত গৰু সহ বহু কেইটা গৰু চোৰক স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছিল যদিও দুদিনমানতে আৰক্ষীৰ কবলৰ পৰা মুকলি হৈ পুনৰ গৰু চুৰি কাৰ্য সংঘটিত কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd