• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান! এইবোৰ বস্তু ভুলতেও গৰম পানীৰে পৰিষ্কাৰ নকৰিব, নহ’লে হ’ব পাৰে আপোনাৰ বিস্তৰ ক্ষতি

by
May 21, 2026 10:31 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে লেতেৰা বা দাগ লগা যিকোনো বস্তু চাফা কৰিবলৈ আমি গৰম পানী ব্যৱহাৰ কৰিবলৈ ভাল পাওঁ। বেছিভাগ মানুহৰে ধাৰণা যে গৰম পানীৰে ধুলে বীজাণু সহজে মৰে আৰু বস্তুবোৰ বেছি পৰিষ্কাৰ হয়। কিন্তু আপুনি জানেনে যে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কিছুমান বিশেষ বস্তু গৰম পানীৰে কেতিয়াও ধুব নালাগে? যদি আপুনি এনে কৰে, তেন্তে আপোনাৰ মূল্যৱান বস্তুবোৰৰ অপূৰণীয় ক্ষতি হ’ব পাৰে।

মুকুতা, প্ৰবাল বা আন যিকোনো মূল্যৱান ৰত্নৰে নিৰ্মিত গহনা ভুলতেও গৰম পানীৰে পৰিষ্কাৰ নকৰিব। গৰম পানীৰ স্পৰ্শলৈ আহিলে এই গহনাবোৰৰ স্বাভাৱিক জিলিকনি চিৰদিনৰ বাবে নাইকিয়া হৈ যাব পাৰে। ইয়াৰ পৰিৱৰ্তে আপুনি ঠাণ্ডা পানী আৰু সামান্য পৰিমাণৰ মৃদু চাবোন ব্যৱহাৰ কৰি এইবোৰ পৰিষ্কাৰ কৰিব পাৰে, যাৰ ফলত গহনাৰ কোনো ক্ষতি নহয়। একেদৰে, চিৰামিক বা কাঁচৰ বাচন-বৰ্তনৰ ক্ষেত্ৰতো গৰম পানী ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাই ভাল। গৰম পানীৰ ফলত এই বাচনবোৰৰ ৰং ম্লান হৈ যাব পাৰে বা অত্যধিক গৰমৰ বাবে বাচনবোৰ ফাটি যোৱাৰো ভয় থাকে। সেয়েহে, এইবোৰ পৰিষ্কাৰ কৰিবলৈ সদায় ঠাণ্ডা পানী আৰু চাবোনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।

Apply Now

বহুতো মানুহে কাঠৰ বাচন বা শাক-পাচলি কটা বৰ্ডখন গৰম পানীৰে ধোৱে, যাতে হালধি বা আন ডাঠ দাগবোৰ সহজে আঁতৰি যায় আৰু বস্তুটো পৰিষ্কাৰ হয়। কিন্তু আচলতে গৰম পানীয়ে কাঠৰ ফিনিচিং একেবাৰে নষ্ট কৰি পেলায় আৰু ইয়াৰ জিলিকনি কমাই দিয়ে। সেয়েহে কাঠৰ সামগ্ৰী সদায় ঠাণ্ডা পানীৰেহে ধোৱা উচিত। আনহাতে, কাপোৰৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য। মুগা, ৰেচম, ঊণ বা জৰীৰ কাম কৰা কাপোৰ কেতিয়াও গৰম পানীত ধুব নালাগে। গৰম পানীত ধুলে এনে কাপোৰৰ ৰং ম্লান হোৱাৰ লগতে কাপোৰখন সংকুচিত হৈ বলিৰেখা পৰিব পাৰে। এই মূল্যৱান কাপোৰবোৰ ঠাণ্ডা পানীৰে ধোৱা বা পেছাদাৰী ড্ৰাই-ক্লিনিং কৰাই হৈছে আটাইতকৈ উত্তম উপায়।

ঘৰৰ মজিয়াখন পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো আমি বিশেষভাৱে সাৱধান হোৱা প্ৰয়োজন। মাৰ্বলৰ মজিয়া লেতেৰা হ’লে বহুতে গৰম পানী ঢালি চাফা কৰিবলৈ চেষ্টা কৰে। কিন্তু যিকোনো পৰিস্থিতিতে এনে কাম কেতিয়াও কৰা উচিত নহয়, কিয়নো ই মাৰ্বলৰ যথেষ্ট ক্ষতি কৰিব পাৰে। আজিকালি বহুতে ঘৰত পৰম্পৰাগত কাঠৰ মজিয়া বা হাৰ্ডউড ফ্লোৰ ব্যৱহাৰ কৰে যিয়ে ঘৰটোলৈ এক আৰামদায়ক পৰিৱেশ কঢ়িয়াই আনে। এই মজিয়াবোৰ দৈনিক কেৱল সাধাৰণ উষ্ণতাৰ পানীৰেহে পৰিষ্কাৰ কৰিব লাগে। ভুলতেও গৰম পানী ব্যৱহাৰ কৰিব নালাগে, কিয়নো ই কাঠৰ প্ৰাকৃতিক জিলিকনি একেবাৰে ধ্বংস কৰি পেলাব পাৰে। সেয়েহে, যিকোনো বস্তু চাফা কৰিবলৈ গৰম পানী ব্যৱহাৰ কৰাৰ আগতে সদায় দুবাৰ ভাবি ল’ব, অন্যথা সফল চাফাইতকৈ আপোনাৰ ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাহে বেছি।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd