• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সলনি হৈছে ফৰ্ম 26ASৰ; এতিয়া কৰদাতাসকলৰ বাবে ৰিটাৰ্ণ দাখিল কৰাটো হৈ পৰিব সহজ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2020 10:10 am
WhatsApp Image 2020-07-19 at 9.23.44 AM

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড (চিবিডিটি)য়ে জানিবলৈ দিছে যে নতুন 26AS ফৰ্মৰ জৰিয়তে আয়কৰদাতাসকলে অধিক সহজ তথা সঠিকভাৱে তেওঁলোকৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব।

চলিত বিত্তীয় বৰ্ষৰ পৰা আয়কৰদাতাসকলৰ বাবে নতুন 26AS ফৰ্ম থাকিব য’ত কৰদাতাসকলৰ বিত্তীয় লেনদেনৰ অতিৰিক্ত তথ্য থাকিব আৰু যিবোৰৰ বিভিন্ন কেটেগুৰিৰ বিত্তীয় লেনদেনত (এছএফটি) উল্লেখ থাকিব।

Apply Now

আয়কৰ বিভাগৰ দ্বাৰা এই এছএফটিৰ পৰা পোৱা তথ্য 26AS ফৰ্মৰ খণ্ড ই’ত দেখুওৱা হৈছে।

চিটিডিটিৰ মুখপাত্ৰই কয়,’’ইয়াৰ দ্বাৰা কৰদাতাই নিজৰ কৰ সঠিক ৰূপত চাব পাৰিব আৰু তেওঁলোকে আশ্বস্ত হ’ব। ইয়াৰ ফলত কৰ প্ৰশাসনত পাৰদৰ্শিতা অহাৰ লগতে জবাবদিহিও বৃদ্ধি পাব।‘’

পূৰ্বতে 26AS ফৰ্মত কোনো পান কাৰ্ডৰ সৈতে জড়িত টিডিএছ তথা টিচিএছৰ তথ্যৰ উপৰি কিছুমান আন কৰ বিষয়ক নিৰ্দেশনা আছিল।

কিন্তু এতিয়া ইয়াত এছএফটি থাকিব, যাতে কৰদাতাসকলে সকলো শকত বিত্তীয় লেনদেন মনত ৰখাত সহায়ক হয় আৰু কৰ দাখিল কৰাত সহজ হ’ব।

আয়কৰ বিভাগে নগদ ধন জমা, নগদ উলিওৱা, স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিক্ৰী, ক্ৰেডিট কাৰ্ড পেমেন্ট, শ্বেয়াৰ ক্ৰয়, মিউচ্যুৱেল ফাণ্ডছ, সামগ্ৰী আৰু সেৱাৰ বাবে নগদ পেমেন্ট আদিৰ তথ্য বেংক, মিউচ্যুৱেল ফাণ্ডছ, বণ্ড জাৰি কৰা সংস্থা,ৰেজিষ্টাৰ আদিৰ পৰা অধিক মূল্যৰ বিত্তীয় লেনদেনৰ তথ্য ২০১৬চনৰ পৰা লাভ কৰিছে।

এতিয়া এই সকলো তথ্য 26AS ফৰ্মত দেখা পোৱা যাব।

আনহাতে, 26AS ফৰ্মৰ ই’ খণ্ডত লেনদেনৰ ধৰণ, এছএফটি জমাকাৰৰ নাম, লেনদেনৰ তাৰিখ, পৰিমান, আদায় দিয়াৰ ধৰণ আদিৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট থাকিব।

চিটিডিটিৰ মুখপাত্ৰই কয় যে ইয়াৰ দ্বাৰা সৎ কৰদাতাসকলৰ ৰিটাৰ্ণ দাখিলত সহজ হ’ব আৰু যিসকলে ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত তথ্য গোপন কৰে তাক ৰোধ কৰিব পৰা যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd