• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নীৰৱ মোদীকো চেৰ পেলালে; ৭,৯২৬ কোটি টকাৰ বেংক প্ৰতাৰণাত অভিযুক্ত এই সংস্থা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 11:47 am

1 min read

Representative

প্ৰতিনিধিত্বমূলক ফটো।

1.8k
VIEWS
Share on FacebookShare on Twitter

নীৰৱ মোদীকো চেৰ পেলাই বৃহৎ প্ৰতাৰকৰ ৰূপত আৱিৰ্ভাৱ ঘটিছে হায়দৰাবাদত। ট্ৰেন্সটয় (ইণ্ডিয়া) লিমিটেড নামৰ সংস্থাটোৰ বিৰুদ্ধে মুঠ ৭,৯২৬কোটি টকা বেংক প্ৰতাৰণাৰ অভিযোগ আনিছে চিবিআইয়ে।

বাতৰি অনুসৰি, হীৰা ব্যৱসায়ী নীৰৱ মোদীতকৈয়ো বৃহৎ অংকৰ ঋণ অনাদায় হৈ আছে সংস্থাটোৰ নামত। কেইবাটাও বেংকৰ পৰা সংস্থাটোৱে ঋণ লৈছে।

ট্ৰেন্সটয়ে পথ, দলং, মেট্ৰ’ ৰে’ল সংক্ৰান্তীয় ব্যৱসায়ৰ লগতে তেল তথা গেছ ব্যৱসায়ৰ সৈতেও জড়িত।

জানিব পৰা মতে, ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত জাৰি কৰা ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণৰ নিৰ্দেশ অনুসৰি বৰ্তমান এই সংস্থাটো বন্ধ কৰাৰ প্ৰক্ৰিয়া চলিছে।

চিবিআইৰ এজাহাৰত ট্ৰেন্সটয় আৰু ইয়াৰ মুখ্য পৰিচালন সঞ্চালক চেৰুকুৰি শ্ৰীধৰৰ উপৰিও সংস্থাটোৰ দুগৰাকী অতিৰিক্ত সঞ্চালক ৰায়াপতি সম্বাশিৱ ৰাও আৰু এক্কি নেনি সতীশৰ নাম আছে।

শুকুৰবাৰে হায়দৰাবাদ আৰু গুল্টুৰত সংস্থাটোৰ বিভিন্ন কৰ্মচাৰীৰ ঘৰত চিবিআইৰ অভিযানকাৰী দলে তালাচী চলায়। অভিযানত বেংক প্ৰতাৰণাৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ হৈছে।

ট্ৰেন্সটয়ে লোৱা ঋণৰ টকা নথিত জালিয়াতিৰ কৰি হৰলুকি কৰাৰ অভিযোগ উঠিছে। কানাড়া বেংককে ধৰি বিভিন্ন বেংকৰ পৰা ঋণ লৈছে সংস্থাটোৱে। তেওঁলোকে ঋণৰ বাবদ পোৱা টকা অন্য কামত খৰচ কৰিছে। ইয়াৰ ফলত কানাড়্য বেংককে ধৰি কেইবাটাও ঋণদাতা সংস্থাই মুঠ ৭৯২.০১ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd