• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯ ঘণ্টীয়া জেৰাত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক চিবিআইৰ বিশেষ ১০ টা প্ৰশ্ন; কি সেই প্ৰশ্ন?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 9:16 pm
CBI-grilled-Rhe
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই নিতৌ নতুন মোৰ লোৱাৰ সময়তে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-এ আজি সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক ৯ ঘণ্টা ধৰি একেৰাহে জেৰা কৰে।

সুশান্তৰ পৰিয়ালৰ লোকৰ লগতে অভিনেতা গৰাকীৰ একাংশ ঘনিষ্ঠ লোকৰ মতে সুশান্তক হত্যা কৰা হৈছিল আৰু  এই হত্যাত সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীও সন্দেহৰ বাহিৰত নহয়।

Apply Now

চিবিআই-এ আজি ৰিয়া চক্ৰৱৰ্তীক জেৰাৰ সময়ত ১০ টা বিশেষ প্ৰশ্ন সোধে।

সেই প্ৰশ্ন কেইটা আছিল এনে ধৰণৰ—

১.আপোনাক কোনে প্ৰথমে সুশান্তৰ মৃত্যুৰ খবৰ দিছিল?আপুনি তেতিয়া ক’ত আছিল?

২.মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেওঁ সুশান্তৰ বান্দ্ৰাৰ ঘৰলৈ গৈছিল নে? যদি যোৱা নাছিল তেন্তে তেওঁ ক’ত ,কেতিয়া সুশান্তৰ মৃতদেঙ দেখিছিল?

৩.৮ জুনৰ দিনা তেওঁ সুশান্তৰ ঘৰ কিয় এৰি আহিছিল?

৪.সুশান্তৰ সৈতে কাজিয়া কৰি তেওং সুশান্তৰ ঘৰৰ পৰা ওলাই গৈছিল নেকি?

৫.সুশান্তৰ ঘৰ এৰি যোৱাৰ পিছত ৰিয়াই সুশান্তৰ সৈতে ৯জুনৰ পৰা ১৪ জুনৰ ভিতৰত কোনো যোগাযোগ কৰিছিল নে?যদি কৰিছিল কি বিষয়ক লৈ কৰিছিল আৰু যদি কৰা নাছিল কিয় কৰা নাছিল?

৬.সেই দিনবোৰত সুশান্তই ৰিয়াৰ লগত যোগাযোগ কৰিছিল নে?ৰিয়াই সুশান্তৰ ফোন কল অৱজ্ঞা কৰিছিল নেকি?যদি কৰিছিল কিয় কৰিছিল?সুশান্তক কিয় ৰিয়াই ব্ল’ক কৰিছিল?

৭.সুশান্তই ৰিয়াৰ কোনো পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰাৰ চেষ্টা কৰিছিল নেকি?এই বিষয়ত কেনে ধৰণৰ যোগাযোগত সফল হৈছিল সুশান্ত?

৮.সুশান্তৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য , গ্ৰহণ কৰি থকা চিকিৎসা,দৰৱ,চিকিৎসকৰ নাম-ঠিকনা আদি যাৰ বিষয়ে ৰিয়া অৱগত আছিল সেই বিষয়ে ৰিয়াই কি কয়?

৯.সুশান্তৰ পৰিয়ালৰ সৈতে ৰিয়াৰ সম্পৰ্ক কেনে?

১০.ৰিয়াই কিয় সুশান্তৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰিছিল?ক’ৰৱাত তেওঁ ভুল কৰা বুলি ভাবে নেকি?

ৰিয়া চক্ৰৱৰ্তীয়ে দিয়া উত্তৰ সমূহ আজি চিবিআইৰ তদন্তকাৰী বিষয়া নুপুৰ প্ৰসাদে লিপিৱদ্ধ কৰে।ৰিয়াক পুনৰ চিবিআই-এ জেৰা চলাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd