• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০ কোটিৰ সম্পত্তি জব্দ, চিকিৎসকে সৰকালে মৃত কৰ্মচাৰীৰ নামতো লক্ষ লক্ষ ধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2023 9:02 pm
CBI

CBI

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাই অসমৰ গুৱাহাটী, যোৰহাট, শিৱসাগৰকে ধৰি উত্তৰাখণ্ডৰ ডেহৰাডুনত এক দুৰ্নীতি বিৰোধী গোচৰত অভিযান চলায় ২০ কোটিৰ অধিক সম্পত্তি জব্দ কৰিছে।

এক বিশেষ সূত্ৰই জনোৱা মতে, চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাৰ এটা দলে অসমৰ গুৱাহাটী, যোৰহাট আৰু শিৱসাগৰত অ’এনজিচিৰ স্বাস্থ্য সেৱাৰ, উপ সঞ্চালক ডাঃ বিজয় কুমাৰ শ্ব’ৰ গুৱাহাটীৰ, যোৰহাট আৰু শিৱসাগৰৰ বাসগৃহৰ লগতে অ’এনজিচিৰ ঠিকাভিত্তিক স্বাস্থ্য বিষয়া ডাঃ ইশিতভা তামুলী আৰু যদুমণি হাজৰিকা নামৰ লোকজনৰ যোৰহাট চিনামৰাস্থিত মেচাৰ্ছ পিজিঅ’থেৰাপি ক্লিনিকতো অভিযান চলাই প্ৰায় ২০ কোটি টকাৰ সম্পত্তি জব্দ কৰে।

এই একেটা গোচৰৰ সন্দৰ্ভত একে সময়তে উত্তৰাখণ্ডৰ ডেৰাডুনত অভিযান চলাইছিল চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাৰ আন এটা দলে।

Apply Now

উল্লেখ্য যে যোৱা মে’ মাহতে অ’এনজিচি দিল্লীৰ হেড ক’ৰ্পৰেট ভিজিলেন্সৰ গ্ৰুপ জেনেৰেল মেনেজাৰ নিৰূপন মুখাৰ্জীৰ অভিযোগৰ ভিত্তিত চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাই গোচৰ নং আৰচি-৬(এ)২০২৩ৰ এক গোচৰ ৰুজু কৰে।

সূত্ৰ অনুসৰি, উক্ত গোচৰ ভিত্তিতে চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাই মংগলবাৰে এই তালাচী অভিযান চলায়।চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাৰ চালাচী অভিযানত কেৱল প্ৰায় ২০ কোটি টকাৰ সম্পত্তি জব্দ কৰাই নহয় দুৰ্নীতিৰ মূল অভিযুক্ত ডাঃ শ্ব’ৰ গুৱাহাটীত ভূমিসহ ৭টা ঘৰ তথা ফ্লেটৰো সন্ধান লাভ কৰে। চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাৰ অভিযান কালত এইটো স্পষ্ট হৈ পৰিছে যে এজাহাৰত উল্লেখ কৰাতকৈ ডাঃ বিজয় কুমাৰ শ্ব’ৰ সম্পত্তিৰ পৰিমাণ কে’বাগুণৰো অধিক।

সূত্ৰৰ মতে, অ’এনজিচিৰ যোৰহাটৰ বৃত্তিগত স্বাস্থ্যৰ ঠিকাভিত্তিক চিকিৎসা বিষয়া ডাঃ ইশিতভা তামুলী আৰু যোৰহাটৰ চিনামাৰাৰ মেচাৰ্ছ কিৰণ ফিজিঅ’থেৰাপি ক্লিনিকৰ স্বত্বাধিকাৰী যদুমণি হাজৰিকাৰ সৈতে মিলি ডাঃ শ্ব’ই অ’এনজিচিৰ অৱসৰপ্ৰাপ্তসকলৰ অজ্ঞাতে ফিজিঅ’থেৰাপি চিকিৎসাৰ বাবে প্ৰৱঞ্চনা আৰু জালিয়াতিৰ আশ্ৰয় লৈ ৰিকুইজিচন শ্লীপ উলিয়াই অ’এনজিচিৰ পৰা বিশাল পৰিমাণৰ ধন সৰকাই আহিছিল।

ইমানেই নহয় ডাঃ শ্ব’ৰ নেতৃত্বত এই চক্ৰটোৱে অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত মৃত কৰ্মচাৰীসকলৰ নামটো জালিয়াতিৰ আশ্ৰয় লৈ ভুৱা বিল উলিয়াই অ’এনজিচিৰ পৰা ধন সৰকাই আহিছিল।  

জানিব পৰা মতে ডাঃ শ্ব’ আৰু ডাঃ তামুলীয়ে মেচাৰ্ছ কিৰণ ফিজিঅ’থেৰাপি ক্লিনিকত একোজন অৱসৰপ্ৰাপ্ত মৃত কৰ্মচাৰীৰ বিপৰীতে দিনে দুবাৰকৈ ১৪ দিনৰ বাবে ফিজিঅ’থেৰাপি চিকিৎসা গ্ৰহণৰ বাবদ ভুৱা বিল প্ৰস্তুত কৰি ১৯,১৫,০৮০ টকা ধন সৰকাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd