• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই পি এছ বিষয়াৰ ঘৰত চিবিআইৰ অভিযান; উদ্ধাৰ নগদ ৫ কোটি টকা, ডেৰ কেজি সোণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2025 8:37 am
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱত ৮ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে এজন আৰক্ষী বিষয়াক। জানিব পৰা মতে তেওঁ ৰোপাৰ ৰেঞ্জৰ ডি আই জি পদত আছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত বিষয়াজনৰ ঘৰত তালাচী চলাই নগদ ৫ কোটি টকা, এখন বিলাসী গাড়ী, এখন বিশাল ঘড়ীকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰিছে বুলি সংবাদ মাধ্যমৰ সূত্ৰসমূহে প্ৰকাশ কৰিছে।

সূত্ৰসমূহে দাবী কৰিছে যে ডি আই জি হৰচৰণ সিং ভুল্লাৰ ২০০৯ চনৰ বেচৰ আই পি এছ বিষয়া। কিছুদিন পূৰ্বে আকাশ বাট্টা নামৰ এজন ব্যৱসায়ীয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰিছিল।

Apply Now

তেওঁ অভিযোগ কৰিছিল যে বিষয়াজনে তেওঁক ৮ লাখ টকা নিদিলে ভুৱা গোচৰত ফচাই দিয়াৰ ভাবুকি দিছিল। বৃহস্পতিবাৰে চিবিআইয়ে এই গোচৰ ৰুজু কৰে।

জানিব পৰা মতে, অভিযুক্ত বিষয়াজনৰ লগতে তেওঁৰ কৃষ্ণ নামৰ এজন সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ উত্থাপন হৈছে যে এই ব্যক্তিজনে যিকোনো উৎকোচৰ ক্ষেত্ৰত মধ্যভোগী হিচাপে কাম কৰিছিল।

বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযুক্তক ধৰিবলৈ জাল পাতিছিল। ভুল্লাৰৰ দাবী অনুসৰি টকা দিবলৈ কৃষ্ণৰ ওচৰ পালেগৈ আকাশ। টকাখিনি লোৱাৰ লগে লগে আৰক্ষী তাত উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰে।

এই ধনৰ কথা ব্যক্তিজনৰ আগত ফোনযোগে স্বীকাৰোক্তি দিয়াৰ পিছতে ভূল্লাৰকো গ্ৰেপ্তাৰ কৰা হয়। শুকুৰবাৰে আদালতত হাজিৰ কৰা হ’ব অভিযুক্ত দুজনক।

CBI ARRESTS DIG OF PUNJAB POLICE AND PRIVATE INDIVIDUAL IN ₹8 LAKH BRIBERY CASE#GoodGovernance #Zero_Tolerance pic.twitter.com/wOqhQ02398

— Central Bureau of Investigation (India) (@CBIHeadquarters) October 16, 2025

বৃহস্পতিবাৰে অভিযুক্ত আই পি এছ বিষয়াৰ সৈতে জড়িত বিভিন্ন স্থানত তালাচী চলোৱা হয়। চিবিআইৰ বিষয়াসকলে তালাচীত যি পালে থুলমূলকৈ সেয়া হ’ল – প্ৰায় ৫ কোটি নগদ ধন, ডেৰ কেজি সোণ আৰু গহনা, পঞ্জাৱৰ অস্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ, মাৰ্চিডিজ আৰু অ’ডিৰ চাবি, ২২টা অতি দামী ঘড়ী, ৪০ লিটাৰ সুৰা, লকাৰৰ চাবি, আগ্নেয়াস্ত্ৰ ইত্যাদি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd